বাবৰি মছজিদ ধ্বংস ‘পৰিকল্পিত নহয়’ : আডৱানি-যোশীসহ ৩২ জন দোষমুক্ত

# নিউজ ডেস্ক # প্রায় তিন দশক ধৰি চলি অহা বাবৰি মছজিদ ধ্বংস গোচৰত অভিযুক্ত সকলোকেই দোষমুক্ত কৰিলে লক্ষ্ণৌৰ বিশেষ চিবিআই আদালতে। প্রবীণ বিজেপি নেতা...

ভাৰতত সকলো একাউণ্ট ফ্রিজ এমনেষ্টি ইণ্টাৰনেচনেলৰ! : মোডী চৰকাৰক সমালোচনাৰেই শাস্তি নেকি এমনেষ্টিক?

নিউজ ডেস্ক : বিশ্ববাসীৰ মানৱাধিকাৰ সুৰক্ষিত কৰাৰ প্রচেষ্টাত ব্ৰতী এমনেষ্টি ইণ্টাৰনেচনেল ভাৰতত সঙ্কটৰ মুখত। ‘ফ্ৰিজ’ হৈছে এমনেষ্টিৰ সকলো বেঙ্ক একাউণ্ট। ফলত বাধ্য হৈছে ভাৰতত সংস্থাটোৰ সকলো...

৩০ ছেপ্টেম্বৰত বাবৰি মছজিদ গোচৰৰ শুনানি : উভতি চাওঁ আহক সমগ্ৰ পৰিক্ৰমা

৩০ ছেপ্টেম্বৰ বুধবাৰে চিবিআই আদালতে প্ৰদান কৰিব বাবৰি মছজিদ ধ্বংস গোচৰৰ ৰায়দান। এই গোচৰত জড়িত হৈ আছে বিজেপিৰ লালকৃষ্ণ আডৱানি, মুৰলি মনোহৰ যোশী, উমা...

লাডাখত হাড় কঁপোৱা ঠাণ্ডা আৰু চীনৰ লগত যুঁজিবলৈ প্ৰস্তুত ভাৰতীয় সেনা

# নিউজ ডেস্ক # চীনা সেনাৰ লগতে পূব লাডাখৰ প্রকৃত নিন্ত্ৰণ ৰেখাত তীব্র ঠাণ্ডাৰ সৈতে মোকাবিলা কৰিবলৈও প্রস্তুত হৈছে ভাৰতীয় সেনা। প্রায় ১৪,৫০০ ফুট উচ্চতাত...

৫ বছৰত মোডীৰ বিদেশ ভ্ৰমণত ব্যয় ৫১৭.৮২ কোটি!

# নিউজ ডেস্ক # ২০১৫ চনৰ পৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভ্ৰমণ কৰিছে ৫৮খন দেশ৷ আৰু এই ভ্ৰমণৰ বাবে ব্যয় হৈছে ৫১৭.৮২ কোটি টকা৷ বৈদেশিক...

এতিয়াৰে পৰা চাউল-দাইল-আলু-পিঁয়াজ নহয় অত্যাৱশ্যকীয় পণ্য! ৰাজ্যসভাত গৃহীত নতুন বিধেয়ক

# নিউজ ডেস্ক # প্রতিবাদ-বিক্ষোভৰ মাজতেই কৃষি সংক্রান্তীয় আৰু এখন গুৰুত্বপূর্ণ বিধেয়ক আজি গৃহীত হ’ল ৰাজ্যসভাত। ৬৫ বছৰীয়া অত্যাৱশ্যকীয় পণ্য আইনত‌ সংশোধনী গৃহীত কৰালে চৰকাৰী...

প্ৰশ্ন আৰু সমালোচনা ওফৰাই ৮৬২ কোটিত নতুন সংসদ নিৰ্মাণৰ ঠিকা লাভ টাটাৰ

# নিউজ ডেস্ক # মঙ্গলবাৰে সংসদত প্রশ্ন উঠিছিল- চৰকাৰৰ ওচৰত যদি কৰোনা মোকাবিলা আৰু লকডাউনৰ প্ৰভাৱত কৰ্মহীন প্ৰব্ৰজিত শ্ৰমিকক ক্ষতিপূৰণ দিয়াৰ বাবে টকা নাই, তেতিয়াহ’লে...

দেশত পুনৰ ৰেকৰ্ড সংক্ৰমণ : ২৪ ঘণ্টাত আক্ৰান্ত ৯৭,৮৯৪জন

# নিউজ ডেস্ক # দেশত কৰোনা আক্রান্তৰ সংখ্যাই ইতিমধ্যে ৫০ লাখ অতিক্ৰম কৰিছে। যোৱা ২৪ ঘণ্টাত পুনৰ ৯৭ হাজাৰৰো অধিক লোক আক্রান্ত হ’ল কৰোনাত। এদিনৰ...

ডিজিটেল মিডিয়া নিয়ন্ত্রণত প্ৰথমে গুৰুত্ব দিয়া প্ৰয়োজন : ছুপ্রিম কোর্টক জনালে কেন্দ্রই

# নিউজ ডেস্ক # দ্রুততাৰে খবৰ প্ৰচাৰৰ দৌৰত টিভি চেনেলক টক্কৰ দিছে ডিজিটেল মিডিয়াই। কেৱল দ্রুতগতিত খবৰ প্ৰচাৰে নহয়, সত্যৰ উপৰি আধা সত্য আনকি মিছাও...

৩০ ছেপ্টেম্বৰত বাবৰি মছজিদ গোচৰৰ ৰায়দান : আডৱানী-যোশীসহ উপস্থিত থাকিব লাগিব সকলো

# নিউজ ডেস্ক # অহা ৩০ ছেপ্টেম্বৰত ছুপ্ৰিম কোৰ্টৰ বিশেষ আদালতে বাবৰি মছজিদ ধ্বংস গোচৰৰ শুনানিৰ চূড়ান্ত ৰায় প্ৰদান কৰিব৷ এই ক্ষেত্ৰত ন্যায়াধীশ এছকে যাদৱে...