টাটাৰ সৈতে ৭০ বছৰীয়া সম্পৰ্ক ছেদ মিস্ত্ৰি পৰায়ালৰ

# নিউজ ডেস্ক # ‘‘দুখজনক, কিন্তু একেলগে থকাটো সম্ভৱ নহয়। এয়াই পৃথক হোৱাৰ সময়।’’ মঙলবাৰে এনে এক বিবৃতিৰেই ছাপুৰজি পালোনজি (এছপি) গ্ৰুপে টাটাৰ সৈতে তেওঁলোকৰ ৭০ বছৰৰ...

এতিয়াৰে পৰা ইচ্ছামতে কর্মচাৰী নিয়োগ-চাটাই কৰিব পাৰিব উদ্যোগ প্ৰতিষ্ঠানবোৰে!

নিউজ ডেস্কঃ সম্প্রতি লোকসভাত উদ্যোগ প্ৰতিষ্ঠান সম্পৰ্কীয় এখন বিধেয়ক গৃহীতে কৰিলে কেন্দ্রীয় চৰকাৰে। এই বিধেয়ক অনুযায়ী উদ্যোগ প্রতিষ্ঠানৰ মালিকসকলে এতিয়াৰে পৰা নিজৰ ইচ্ছামতে কর্মচাৰী...

কোভিড-কালতো ধন কুবেৰৰ জয়যাত্ৰা ! ভাৰতত ৬ মাহত ১৫ বিলিঅনিয়াৰ

# নিউজ ডেস্ক # ৪০ বছৰৰ ইতিহাসত দেশৰ জিডিপি সর্বনিম্ন। আনহাতে, কৰ্মসংস্থাপন হেৰুৱাইছে ৪১ লাখ লোকে। কিন্তু তাৰ মাজতো এচামৰ সম্পত্তিৰ পাহাৰ বাঢ়িয়েই গৈ আছে৷...

জিঅ’ৰ আইপিএল অফাৰ : ৰিচাৰ্জ কৰক আৰু সুবিধা লওক

# নিউজ ডেস্ক # ১৯ ছেপ্টেম্বৰ শনিবাৰৰ পৰা আৰম্ভ হ’ব আইপিএলৰ উন্মাদনা। চলিব ১০ নৱেম্বৰ পর্যন্ত। তেনে ক্ষেত্ৰত গ্রাহকসকলক আইপিএল চোৱাৰ সুযোগ দিবলৈ ৰিলায়েন্স জিঅ’ই...

চাৰি বছৰত ৩৮ জন বেংক প্ৰৱঞ্চকে দেশ এৰিছে ! কেন্দ্ৰৰ স্বীকাৰোক্তি

# নিউজ ডেস্ক # নিজকে ‘চকীদাৰ’ বুলি দাবী কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰাজত্বতেই এজনৰ পিছত আনজন বেংক প্ৰৱঞ্চকে হাজাৰ হাজাৰ কোটিৰ দুর্নীতি কৰি দেশ এৰি...

দুসপ্তাহৰ ভিতৰত ঋণ স্থগিতৰ সিদ্ধান্ত দিব লাগিব চৰকাৰে  : ছুপ্ৰিম কোৰ্ট

# নিউজ ডেস্ক # ঋণ স্থগিতৰ বিষয়ত নির্দিষ্ট সিদ্ধান্ত জনোৱাৰ বাবে চৰকাৰক আৰু দুসপ্তাহৰ সময় দিলে দেশৰ শীর্ষ আদালতে। কৰোনা ভাইৰাছ সংকটৰ কাৰণে ঋণগ্রহীতাসকলৰ ইএমআইৰ...

নতুন ৰূপত ভাৰতৰ টেলিকম বজাৰত আত্মপ্রকাশ ভোডাফোন-আইডিয়াৰ

# নিউজ ডেস্ক # এইবাৰ জিঅ’ক প্ৰত্যাহ্বান জনাবলৈ ভাৰতৰ টেলিকম বজাৰত ন-ৰূপত আত্মপ্রকাশ ঘটিছে ‘ভি আই’ৰ। আচলতে ভোডাফোন-আইডিয়াই নতুন নাম, লগ’ আৰু প্লেনেৰে ভাৰতত আত্মপ্ৰকাশ...

জিঅ’-গুগলে আনিব ১০০ মিলিয়ন কম মূল্যৰ এণ্ড্ৰইড ফোন

# নিউজ ডেস্ক # ৰিলায়েন্স জিঅ’ প্লেটফৰ্মত বিনিয়োগৰ দুমাহৰ পিছতে, দুয়ো অংশীদাৰে মিলি ১০০ মিলিয়ন অতি কম মূল্যৰ মোবাইল ফোন নিৰ্মাণৰ কথা ঘোষণা কৰিছে৷ এই...

৩০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ দিব ষ্টেট বেংকে

নিউজ ডেস্ক : চলিত বছৰ আৰম্ভ হৈছিল বিএছএনএলৰ কৰ্মচাৰীক স্বেচ্ছামূলক (ভিআৰএছ) অৱসৰ প্ৰদানেৰে। আৰু শেষ হ'বলৈ আগবাঢ়িছে ষ্টেট বেঙ্কৰ স্বেচ্ছাসমূলক অৱসৰেৰে। লক্ষ্য এটাই, খৰচ কমোৱা।  সূত্রৰ...

টেলিকম কোম্পানীসমূহলৈ সাময়িক সকাহ ছুপ্ৰিম কোৰ্টৰ

# নিউজ ডেস্ক # টেলিকম কোম্পানীসমূহলৈ সাময়িক সকাহ৷ তেওঁলোকৰ বকেয়া পৰিশোধৰ বাবে ১০ বছৰৰ সময়সীমা প্ৰদান ছুপ্ৰিম কোৰ্টৰ৷ ১০ বছৰৰ ভিতৰত চৰকাৰৰ নির্ধাৰিত পাওনা টকা...