হাজাৰোধিক চীনা ছাত্রৰ ভিছা বাতিল কৰিলে আমেৰিকাই

# নিউজ ডেস্ক # দেশৰ নিৰাপত্তাৰ দোহাই দি এক হাজাৰৰো অধিক চীনা ছাত্র আৰু গৱেষককে আমেৰিকালৈ যোৱাৰ বাবে ভিছা প্ৰদান নকৰিলে ডোনাল্ড ট্রাম্প প্রশাসনে। বুধবাৰে...

অৱশেষত স্পষ্টীকৰণ দিবলৈ বাধ্য হ’ল ফেচবুক : কৈফিয়ত বিচাৰিব সংসদীয় কমিটিয়ে

# নিউজ ডেস্ক # অৱশেষত স্পষ্টীকৰণ দিবলৈ বাধ্য হ’ল৷ আত্মপক্ষ সমৰ্থন কৰি ব্যৱসায়ৰ স্বার্থত বিদ্বেষৰ সৈতে আপোচৰ অভিযোগ নাকচ কৰিলে ফেচবুকে। সোমবাৰে কোম্পানীটোৰ এগৰাকী মুখপাত্রই...

ৱাল ষ্ট্ৰীট জাৰ্নেলৰ বাতৰি সম্পৰ্কত মন্তব্য : ফেচবুকৰ বিষয়াৰ প্ৰাণনাশৰ ভাবুকিৰ অভিযোগ

# নিউজ ডেস্ক # ফেচবুকৰ এগৰাকী কাৰ্যবাহী বিষয়য়াই তেওঁক অনলাইনযোগে জীৱনৰ প্ৰতি ভাবুকি প্ৰদান কৰাৰ অভিযোগ তুলি দিল্লীত অভিযোগ দাখিল কৰিছে৷ এনডিটিভিৰ সূত্ৰত এই কথা...

আমেৰিকাৰ এফ-৩৫বিৰ অনুকৰণত দেশীয় প্রযুক্তিত এয়াৰক্রাফট নিৰ্মাণ কৰিব দক্ষিণ কোৰিয়াই

# নিউজ ডেস্ক # দক্ষিণ কোৰিয়াই তেওঁলোকৰ দেশীয় প্রযুক্তিতত নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে প্রথম এয়াৰক্রাফট। উল্লেখ্য, যোৱা বছৰেই দক্ষিণ কোৰিয়াই ঘোষণা কৰিছিল বিশাল আকাৰৰ মাল্টিপাৰপাছ ট্রান্সপোর্ট...

বিজেপি-ভীতিত ফেচবুকে ব্যৱস্থা নলয় : মার্কিন সংবাদ-পত্রৰ দাবী

# নিউজ ডেস্ক # চীনত এঘাৰ বছৰ ধৰি নিষিদ্ধ। ব্যক্তিগত তথ্যৰ গোপনীয়তা ভংগৰ অভিযোগ আনি ইউৰোপীয় ইউনিয়নৰ একাধিক দেশে তেওঁলোকৰ কাম-কাজৰ তীব্র সমালোচনা কৰি আহিছে...

ভিছা নীতিত শিথিলতা ট্রাম্পৰ : প্ৰবাসী ভাৰতীয়ৰ বাবে কিছু আশাৰ ৰেঙনি

# নিউজ ডেস্ক # চাপৰ সন্মুখীন হৈ ৱর্ক ভিছা সংক্রান্তীয় বাধা-নিষেধ শিথিল কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে। বুধবাৰে জাৰি কৰা চৰকাৰী নির্দেশত কোৱা হৈছে, কৰোনা...

কোভিড-প্রতিষেধকক লৈ ৱাশ্বিংটনৰ সৈতে মস্কোৰ নতুন ‘শীতল যুদ্ধ’

# নিউজ ডেস্ক # কোনে প্রথমতে উলিয়াব কোভিড-১৯ৰ প্রতিষেধক? ইয়াকে লৈ এতিয়া বিশ্বৰ দুই মহাশক্তিধৰ দেশৰ মাজত সৃষ্টি হৈছে দ্বিতীয় ‘শীতল যুদ্ধ’। দেশত লক্ষাধিকৰ মৃত্যু। হাজাৰ...

প্রথম এছীয়-আমেৰিকান মার্কিন উপ-ৰাষ্ট্ৰপতিৰ  দৌৰত কমলা হেৰিছ

# নিউজ ডেস্ক # বর্ণবৈষম্যক লৈ উত্তপ্ত পৰিস্থিতিৰ মাজতে মার্কিন উপ-ৰাষ্ট্ৰপতি পদপ্রার্থী হিচাবে ছিনেটৰ কমলা হেৰিছক নিৰ্বাচন কৰিছে ৰাষ্ট্ৰপতি পদপ্রার্থী জো বাইডেনে। উল্লেখ্য যে এই...

‘মৃতদেহ’ আৰু ‘ধ্বংসস্তূপ’ৰ চহৰ বেইৰুটত এতিয়া কেৱল বেদনাৰ অশ্ৰু !

# নিউজ ডেস্ক # বাঢ়িয়েই আছে নিহতৰ সংখ্যা। ধ্বংসস্তূপ আঁতৰালেই বাহিৰ ওলাই আহে মৃতদেহ। তাকো চকুৰে প্ৰত্যক্ষ কৰিব নোৱাৰা দৃশ্য। শৰীৰৰ বেছিভাগ অংশই নাই মৃতদেহবোৰত।...

ভাৰতীয় তথ্য-প্রযুক্তি কর্মচাৰীৰ বিপদ ঘণ্টা ! এইচ-১বি ভিছা নির্দেশত চহী ট্রাম্পৰ

# নিউজ ডেস্ক # ক্ষমতালৈ অহাৰ আগৰ পৰাই তেওঁৰ ভিছা নীতি স্পষ্ট কৰিছিল ডোনাল্ড ট্রাম্পে। আমেৰিকাৰ নাগৰিকসকলক কামৰ সুযোগ দিয়াৰ সলনি বিদেশৰ পৰা পেছাদাৰী তথ্য-প্রযুক্তি...