আহকচোন কৃষি আৰু সহযোগী খণ্ডত কোনে কি কৰি আছে চাওঁ

2
148

প্ৰফুল্ল কুমাৰ শইকীয়া

** মৰিগাঁও জিলাৰ অন্তৰ্গত জাগীভকত গাঁৱৰ দুই ভাতৃ উৎপল শৰ্মা আৰু দেৱজিৎ শৰ্মাই ভোট জলকীয়াৰ খেতি কৰি এক আদৰ্শ দাঙি ধৰিছে।
** তিনিচুকীয়াৰ উপকণ্ঠ অঞ্চল বাৰেকুৰীৰ সমীপৰ মাগুৰি মটাপুং বিলত স্হিনীয় গৰিয়াটিং গাঁৱৰ “ঔম আত্মসহায়ক গোট” ৰ সদস্য সকলে “পেন কালচাৰ” পদ্ধতিৰে মৎস্য পালন কৰি সফলতা লাভ কৰিছে।


** ভোট জলকীয়াক বিশ্ববাসীৰ সন্মুখত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে উদ্যোগী মহিলা ডিব্ৰুগড়ৰ লীনা শইকীয়াই জন্ম দিছে “ফ্ৰণ্টেল এগ্ৰীটেক প্ৰাইভেট লিমিটেড”।ভোট জলকীয়া ভিত্তিক উদ্যোগৰ বাহিৰেও তেখেতে ভোট জলকীয়াৰ খেতিও আৰম্ভ কৰিছে। তেখেতৰ উৎপাদিত সামগ্ৰী ইতিমধ্যে বিশ্বৰ প্ৰায় ২০ খন দেশলৈ ৰপ্তানি কৰিবলৈকো সক্ষম হৈছে।

** নাজিৰাৰ চৰকাৰী পশু চিকিৎসক ডা: জগদীশ বৰ্মনে এক হাজাৰ নিবনুৱাক কৰ্মসংস্হাপন দিবলৈ বিভিন্ন কাম কৰি আছে।
** দুধনৈৰ নিকটৱৰ্তী খাৰা মেধিপাৰা গাঁৱৰ গোপেন ৰায়ে নিজৰ বাৰীতেই আধুনিক পদ্ধতিৰে ফুলকবি,ওলকবি,ব্ৰকলি আৰু বন্ধাকবি খতিৰে গোৱালপাৰা জিলাত এক সেউজ বিপ্লৱৰ সূচনা কৰিছে।
** লখিমপুৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ ব্যতিক্ৰমী পদক্ষেপত ৫ খনকৈ জৈৱিক ৰঙা বাও ধানৰ গাঁও স্হাপন হৈছে।


** কাৰ্বি আংলং জিলাৰ লাংহিন অঞ্চলৰ ২নং টিলাপাৰা গাঁৱৰ প্ৰগতিশীল মীন পালক তথা সু-মীন সংগঠক শোভন গয়াৰীৰ নেতৃত্বত অঞ্চলটোত মীন পালনৰ লগতে কৃষি কৰ্মৰো দ্ৰুত বিকাশ ঘটিছে।
** মুছলপুৰৰ সমীপৰ গলডিংপাৰা গাঁৱৰ ৰমেন ৰামচিয়াৰী মীন পালনেৰে স্বাৱলম্বী হৈছে।মীন পালন কৰি মৰ্যদা পোৱা ৰমেন বৰ্তমান ৫০ বিঘা কৃষি পামৰ গৰাকী,তাৰে ১২ বিঘা মাটিত ৬টা পুখুৰী আছে মীন পালনৰ বাবে।
** দৰং জিলাৰ দুমুনীচকি অঞ্চলৰ বদিয়াচিচা গাঁৱৰ কৃষক নৱাব আলীয়ে জৈৱিক কৃষি কৰ্মৰে স্বাৱলম্বী হৈছে।

2 COMMENTS

  1. Thanks a lot for sharing this with all people you really realize what you’re talking about!
    Bookmarked. Kindly also seek advice from my site =).
    We will have a link trade arrangement between us

  2. Or, sortant un jour du chateau, au nombre de
    quatre-vingts, les assieges, armes de leurs ecus, firent mine de se ruer
    sur la machine: ils etaient suivis d’une infinite d’autres portant du bois, du feu, et autres matieres inflammables.

    adipex Par
    ma foi, reprit Sancho, l’ile que je ne saurais pas gouverner a l’age que j’ai,
    je n’en viendrais pas a bout, quand meme j’aurais l’age de Mathusalem: le mal est que l’ile se cache, et qu’on ne
    sait ou la trouver, mais ce n’est pas la cervelle qui manque pour cela.

LEAVE A REPLY

Please enter your comment!
Please enter your name here