29 C
Guwahati
Tuesday, September 21, 2021
29 C
Guwahati

লাভলীনাৰ পিছত এইবাৰ পূজা ৰাণী : অলিম্পিকৰ কোৱার্টাৰ ফাইনেলত আৰু এগৰাকী ভাৰতীয় বক্সাৰ

spot_img

# স্পৰ্টছ ডেস্ক #

লাভলীনা বৰগোঁহাইৰ পিছত আৰু এগৰাকী ভাৰতীয় বক্সাৰ উপনীত হৈছে কোৱার্টাৰ ফাইনেলত। ৭৫ কেজি শাখাত জয়ী হৈছে পূজা ৰাণী। কোৱার্টাৰ ফাইনেলত জয়ী হ’লেই পদক নিশ্চিত দুই ভাৰতীয় বক্সাৰৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img