29 C
Guwahati
Tuesday, September 21, 2021
29 C
Guwahati

অলিম্পিকত আন এটা পদক ভাৰতৰ জোলোঙাত : বেডমিণ্টনৰ ছেমিত পি ভি সিন্ধু

spot_img

# স্পৰ্টছ ডেস্ক #

অলিম্পিকত ভাৰতৰ পদক তালিকাত আন এটা পদক নিশ্চিত হ’ল৷ এইবাৰ ছেমি ফাইনেলত উপনীত হ’ল পি ভি সিন্ধু। লগে লগে আন এটি পদক যোগ হ’ল ভাৰতৰ পদক তালিকাত। কোৱার্টাৰ ফাইনেলত জাপানৰ আকানে ইয়ামাগুচিক পৰাস্ত কৰে তেওঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img