27 C
Guwahati
Sunday, June 20, 2021
27 C
Guwahati

কৰোনাৰ প্ৰকোপত এপ্রিলতেই কাম হেৰুৱালে ৭০ লাখ লোকে ! নিবনুৱাৰ হাৰ বৃদ্ধি

- Advertisement -spot_imgspot_img
- Advertisement -spot_imgspot_img

নিউজ ডেস্কঃ যোৱা বছৰ দেশত কৰোনা সংক্রমণ আৰম্ভ হোৱাৰ পিছত দেখা দিছিল নিবনুৱা সমস্যাৰ। লকডাউন আৰম্ভ হোৱাৰ পিছত কাম হেৰুৱাইছিল বহু লোকে। তাৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল দেশৰ অর্থনীতি। কিন্তু পুনৰ লাহে লাহে অর্থনৈতিক কাম-কাজ আৰম্ভ হোৱাৰ পিছত কামত যোগ দিয়ে বহুতে। কিন্তু কৰোনাৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ পিছত পুনৰ মানুহে কাম হেৰুৱাবলৈ আৰম্ভ কৰিছে বুলি দাবী কৰিছে এটি সমীক্ষাত। কেৱল এপ্রিল মাহতে ভাৰতত ৭০ লাখ মানুহে কাম হেৰুৱাইছে বুলি ৰিপোর্টটোত জনোৱা হৈছে।

চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি প্রাইভেট (চিএমআইই) নামৰ এটি ব্যক্তিগত গৱেষণা সংস্থাই জনাইছে, মার্চ মাহত ভাৰতত নিবনুৱাৰ হাৰ আছিল ৬.৫ শতাংশ। এপ্রিল মাহত সেয়া বৃদ্ধি পাই হৈছে ৭.৯৭ শতাংশ।
চিএমআইইৰ পৰিচালন সঞ্চালক মহেশ ব্যাসে কয়, ‘‘দেশত নিবনুৱাৰ হাৰ বাঢ়িছে। কিছু ৰাজ্যত লকডাউনৰ ফলত এই ঘটনা ঘটিছে। যেহেতু সংক্রমণৰ হাৰ বহুখিনি বৃদ্ধি পাইছে আৰু প্রশাসনে এতিয়া কোভিড মোকাবিলাৰ দিশতেই অধিক গুৰুত্ব দিয়াৰ কাৰণে ক’ব পাৰি যে মে’ মাহতো এই অৱস্থা চলিব। অর্থাৎ নিবনুৱাৰ হাৰ আৰু বাঢ়িব।’’

সমীক্ষাটোত দেখা গৈছে, উৎপাদনকাৰী কোম্পানীবোৰত নিবনুৱাৰ পৰিমাণ বাঢ়িছে। তাৰ এটা কাৰণ হিচাবে ক’ব পাৰি, চৰকাৰী নির্দেশ অনুযায়ী কর্মচাৰীৰ সংখ্যা কমকৈ ৰখাৰ বাবে বহু কোম্পানীয়ে কর্মচাৰী চাটাই কৰিছে। আনহাতে, বাহিৰৰ ৰাজ্যত কর্মৰত লোকৰ এটা অংশ নিজৰ ৰাজ্যলৈ ঘূৰি অহাৰ চেষ্টা কৰিছে। প্রয়োজনত কাম এৰি ঘূৰি আহিছে তেওঁলোক। এইবোৰ কাৰণতেই নিবনুৱাৰ সংখ্যা বাঢ়িছে।
তাৰ উপৰি কৰোনা সংক্রান্তীয় একাধিক বাধা-নিষেধ জাৰি থকাত বহু সেৱা প্রায় বন্ধ। সেবোৰ সেৱাৰ লগত জড়িত লোকসকলৰ বহুতকেই চাটাই কৰিছে কোম্পানীবোৰে। অর্থাৎ কৰোনাৰ প্রথম ঢৌত যি সমস্যাই দেখা দিছিল, সেই সমস্যা পুনৰ ঘূৰি আহিছে।

- Advertisement -spot_imgspot_img
Video thumbnail
# ক্ষমতাৰ অপপ্ৰয়োগ #গুগলৰ!
02:38
Video thumbnail
মোবাইলৰ বিকিৰণ ৰুধিবলৈ ব্যৱহাৰ হ’ব গোবৰ
04:39
Video thumbnail
আহি আছে টাটা ছন্স, মুকেশ আম্বানিক প্ৰত্যাহ্বান!
02:33
Video thumbnail
The Prime Minister's Citizen Assistance and Relief in Emergency Situations Fund
02:33
Video thumbnail
he Prime Minister's Citizen Assistance and Relief in Emergency Situations Fund
02:33
Video thumbnail
কৰ্প’ৰেট গোষ্ঠীৰ স্বাৰ্থতে তিনিখনকৈ কৃষকবিৰোধী আইন মোডী চৰকাৰৰঃ অদীপ কুমাৰ ফুকন
14:55
Video thumbnail
এইবাৰ ৰাজ্যসভাৰ অধিবেশনত নাথাকিব প্ৰশ্নকাল
11:18
Video thumbnail
#সাময়িক_প্ৰসংগ : অদীপ কুমাৰ ফুকনৰ সৈতে
21:01
Video thumbnail
প্ৰধানমন্ত্ৰী গৰীব কল্যাণ আঁচনিয়ে অসমৰ দৰিদ্ৰ জনগণক আচলতে কিমান উপকৃত কৰিব ?
13:46
Video thumbnail
notun somoy | ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাকৈ অসমত টোলগে'ট কিয়?
03:47
Video thumbnail
notun somoy| আজিৰ চিন্তাঃ খাৰুৱা তেলৰ মূল্য হ্ৰাসৰ অৰ্থনীতিত প্ৰভাৱ
14:25
Video thumbnail
notun somoy# Press Meet#বঙালীসকলৰ #স্বায়ত্ত শাসিত পৰিষদৰ বিৰোধিতাৰে সংবাদমেল
10:51
Video thumbnail
notun somoy#অসমীয়াৰ স্বাভিমানৰ ঠিকনা বিদ্যুতৰ#"ভুৰুকা" Assamese_Traditional Food_Bhuruka#Guwahati
16:40
Video thumbnail
#notun_somoy লাহৰিঘাটত 'কা'বিৰোধী প্ৰতিবাদী সভাত অদীপ কুমাৰ ফুকন
06:48
Video thumbnail
notun somoy
02:07
Video thumbnail
চাইবাৰ অপৰাধীৰ পৰা সাৱধানে থাকিবলৈ আপুনি কি কৰিব ?
11:01
Video thumbnail
Direct paddy drum seeder system sivasagar KVK কম সময়তে কৃষকসকলে পথাৰত ৰুব পাৰিব কঠিয়া
02:47
Video thumbnail
অসমৰ #বান-গৰাখহনীয়াক #ৰাষ্ট্ৰীয় #সমস্যাৰ #স্বীকৃতি নিদি অসমবাদীক #চৰম #তাচ্ছিল্য
08:53
Video thumbnail
নগাঁও আৰু কাছাৰ কাগজ কল বন্ধ কৰাৰ পৰিৱৰ্তে ৰাজহুৱা খণ্ডতে ৰাখি পুনৰুজ্জীৱিতকৰণত আগভাগ ল‌ওক সোণোৱালে
08:07
Video thumbnail
বিত্তীয় দিশত মোডী চৰকাৰৰ ব্যৰ্থতা কেন্দ্ৰীয় চৰকাৰৰ বিষয়াৰ দৰমহাত অনিশ্চয়তা : অদীপ কুমাৰ ফুকন
08:27
Video thumbnail
ঠিকা ভিত্তিক টে'ট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণত মুখ্যমন্ত্ৰীয়ে আগভাগ লওকঃ অদীপ কুমাৰ ফুকন
08:17
Video thumbnail
Lahorighat Erosion #লাহৰীঘাটত ব্ৰহ্মপুত্ৰত জাহ গ’ল শতাধিক গাঁও
03:40
Video thumbnail
Morigaon Erosion : Scam of Porcupine # মৰিগাঁও জলসম্পদ বিভাগত দুৰ্নীতি
05:32
Video thumbnail
Eiffel Tower Celebrates 130th Birthday (আইফেল টাৱাৰৰ ১৩০ বছৰীয়া নিৰ্মাণ দিৱস)
01:27
Video thumbnail
Lahorighat MG NREGA Scam (লাহৰীঘাটত এনৰেগাৰ আঁচনিৰ কেলেংকাৰী)
04:16
Video thumbnail
মমতা বেনাৰ্জীৰ ওপৰত ৰাষ্ট্ৰপতিয়ে ব্যৱস্থা গ্ৰহণ কৰক : মুখ্য মন্ত্ৰী সোণোৱাল
03:41
Video thumbnail
Priyanka to contest against Modi in Baranasi!
04:01
Video thumbnail
sleep
01:23
Latest news
- Advertisement -spot_img
Related news
- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here