উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ শীর্ষত দৰঙৰ পূবালী ডেকা আৰু নগাঁৱৰ শ্ৰদ্ধা বৰগোঁহাই

0
162

# নিউজ ডেস্ক #

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত শীৰ্ষ স্থান লাভ কৰিছে দুগৰাকীকৈ মেধাৱী ছাত্ৰীয়ে৷ এগৰাকী হ’ল পূবালী ডেকা৷ পূবালী দৰঙৰ পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী৷ আনগৰাকী হৈছে নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ শ্রদ্ধা বৰগোঁহাই। দুয়োগৰাকীয়ে লাভ কৰিছে মুঠ ৪৮১ নম্বৰ।

পূবালী ডেকা

দ্বিতীয় স্থান : 

কাশ্মীৰ দাস : বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়।

অনিশা কাশ্যপ : গোলাঘাট জাতীয় বিদ্যাপীঠ মহাবিদ্যালয়।

চাইমা : আব্দুল হাচিক উচ্চতৰ মাধ্যমিক বিদ্যালয়, হোজাই।
মুঠ নম্বৰ ৪৭৭।

 তৃতীয় স্থান: ৪৭৩ নম্বৰ লাভ কৰি তৃতীয় স্থান লাভ কৰিছে ৭গৰাকী মেধাৱীয়ে।

জোস্মিতা গোস্বামী : কৃষ্ণকান্ত সন্দিকৈ জুনিয় কলেজ, বৰপেটা।

ফাৰহানুৰ ৰহমান : বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়।

ময়ুৰীকা ডেকা : ৰঞ্জিত শৰ্মা একাডেমী জুনিয়ৰ কলেজ, দৰং।

সংগীত দাস : প্ৰাগ মেট্ৰিক একাডেমী জুনিয়ৰ কলেজ, কামৰূপ(গ্রাম্য)।

পলি বৰা : কনচেপ্ট জুনিয়ৰ কলেজ, নগাঁও।

প্ৰিয়াক্ষী বৰা : ৰামানুজন জুনিয়ৰ কলেজ নগাঁও।

মৌমিতা কোঁৱৰ : ৰামেশ্বৰ ধানোৱা জুনিয়j কলেজ, তিনিচুকীয়া।

চতুৰ্থ স্থান:  ৪৭২ নম্বৰেৰে চাৰিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে চতুৰ্থ স্থান।

মানসী চহৰীয়া : ব্ৰিলিয়েণ্ট একাডেমী, দৰং।

দেৱাশ্ৰী বৰা : কটন বিশ্ববিদ্যালয়, কামৰূপ।
তুহিৰা জামান : মাধৱদেৱ জুনিয়ৰ কলেজ নগাঁও।

জুলি বৈশ্য : ৰামানুজন জুনিয়ৰ কলেজ নগাঁও।

পঞ্চম স্থান: ৪৭১ নম্বৰেৰে চাৰিগৰাকী।

শৰৎ শইকীয়া : ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধেমাজি।

সম্পূৰ্ণা বাৎস্বয়া : অসম জাতীয় বিদ্যালয়, কামৰূপ(ম)।

কাবেৰী কোচ : ৰামানুজন জুনিয়ৰ কলেজ।

মালবিকা ভৰদ্বাজ : পি বি ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়, নলবাৰী।

ষষ্ঠ স্থান:  ৪৭০ নম্বৰেৰে তিনি মেধাৱী।
ভাৰ্গব ফুকন : ক্ৰিচেণ্ট একাডেমী, যোৰহাট।

স্বাগতা দত্ত : জিনিয়াছ একাডেমী জুনিয়ৰ কলেজ, লখিমপুৰ।

হৰ্ষিতা বৰঠাকুৰ : কলংপাৰ বিদ্যাপীঠ জুনিয়ৰ কলেজ, নগাঁও।

সপ্তম স্থান:  ৪৬৯ নম্বৰেৰে ৮গৰাকীয়ে লাভ কৰিছে সপ্তম স্থান।
অৱন্তী ৰয় : বি এন কলেজ, ধুবুৰী।

আন্নাশ্ৰী মহন্ত : চল্টব্ৰুক একাডেমী, ডিব্ৰুগড়।

অমিতেজ নাথ : গোলঘাট জাতীয় মহাবিদ্যালয়, গোলঘাট।

দিব্য প্ৰতিম বৰা : আজাদ একাডেমী জুনিয়ৰ কলেজ, লখিমপুৰ।

উদিতা ঈশানী কাকতি : ৰামানুজন জুনিয়ৰ কলেজ নগাঁও।

শতাব্দী পূজাৰী : ৰামানুজন জুনিয়ৰ কলেজ নগাঁও।

প্ৰিয়াংশ্ৰী গোস্বামী : ৰেনিচেন্স জুনিয়ৰ কলেজ, নগাঁও।

পৰিণীতা বুজৰবৰুৱা : আছাম ভেলি একাডেমী জুনিয়ৰ কলেজ, নলবাৰী।

অষ্টম স্থান:  ৪৬৮ নম্বৰেৰে চাৰিজন মেধাৱী।

অলিস্মিতা শৰণীয়া : কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা।

ডেইজি নাথ : ব্ৰুডছ একাডেমী জুনিয়ৰ কলেজ, বৰপেটা।

আফ্ৰিন ইছলাম : এছ টি ছাভাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডিব্ৰুগড়।

প্ৰাপ্তি বৰুৱা : ফৰকাটিং জুনিয়ৰ কলেজ গোলাঘাট।

নৱম স্থান:  ৪৬৭ নম্বৰ লাভ কৰি তিনিগৰাকী।

অজস্ৰোতা বশিষ্ঠ গোস্বামী : বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়।
এপ’ল কাশ্যপ : প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজ যোৰহাট।

নম্ৰতা বৰুৱা : ৰামানুজন জুনিয়j কলেজ, নগাঁও।

দশম স্থান:  ৪৬৬ নম্বৰ লাভ কৰি ৬গৰাকী মেধাৱীয়ে লাভ কৰিছে দশম স্থান।
চন্দ্ৰিকা কলিতা : কৃষ্ণকান্ত সন্দিকৈ জুনিয়j কলেজ, বৰপেটা।

অংকিতা ভূঞা : কিৰণ একাডেমী জুনিয়j কলেজ, ধেমাজি।

কৃষ্ণাৱালা দাস : হালাগোড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধুবুৰী।

শুভাকাংক্ষী আট্ৰেয় : ক্ৰীছেন্ট একাডেমী, যোৰহাট।

চাহাব উদ্দিন : লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়।

মমিনা আখতাৰ : লুইত একাডেমী জুনিয়ৰ কলেজ, নলবাৰী।

LEAVE A REPLY

Please enter your comment!
Please enter your name here