উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ শীৰ্ষত আনন্দৰাম বৰুৱা একাডেমীৰ অবিনাশ কলিতা

0
147

# নিউজ ডেস্ক #

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিছে অবিনাশ কলিতাই৷ মুঠ ৪৮৬ নম্বৰৰ লাভ কৰা অবিনাশ হৈছে বৰপেটাৰ আনন্দৰাম বৰুৱা একাডেমীৰ ছাত্ৰ।

দ্বিতীয় স্থান:

নিয়েমা ফিৰডোছল : কনচেপ্ট জুনিয়ৰ কলেজ নগাঁও। মুঠ নম্বৰ  ৪৮২৷

তৃতীয় স্থান: 

প্ৰিটপল বেজবৰুৱা : সাই বিকাশ জুনিয়ৰ কলেজ, কামৰূপ (ম)। মুঠ নম্বৰ ৪৮১৷

চতুৰ্থ স্থান:  ৪৭৯ নম্বৰেৰে দুজন মেধাৱী৷

নিবিড় ডেকা : আনন্দৰাম বৰুৱা একাডেমী বৰপেটা।

সাগৰ গোৱালা : ৰামানুজ জুনিয়ৰ কলেজ, নগাঁও।

পঞ্চম স্থান:

আশিস কুমাৰ গাৰ্গ : ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও। মুঠ নম্বৰ  ৪৭৮৷

ষষ্ঠ স্থান: ৪৭৭ নম্বৰেৰে তিনিজন মেধাৱী।

অৰ্জুন বৰগোঁহাই : ছল্টব্ৰুক একাডেমি, ডিব্ৰুগড়।

আয়োশী কাব্ৰা : সাই বিকাশ জুনিয়ৰ কলেজ, কামৰূপ(ম)।

বিৰেনজিৎ হাজৰিকা : ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও।

সপ্তম স্থান: ৪৭৬ নম্বৰ লাভ কৰি সাতগৰাকী মেধাৱী।
শুভাশিস ভৌমিক : গোৱালপাৰা কলেজ।

অম্লান জ্যোতি পেগু আৰু ছবনম গুঞ্জন বৰুৱা : ৰামানুজন জুনিয়j কলেজ, নগাঁও।

বিভাষ কাফলে আৰু অংশুমালি শৰ্মা : তেজপুৰ বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়।

অষ্টম স্থান : ৪৭৫ নম্বৰ লাভ কৰি চাৰিজন মেধাৱী।

মনিৰুল ইছলাম

চিনময় নাথ

আমিষা সিং

হিমাঞ্জলি বুঢ়াগোঁহাই

আটাইকেইগৰাকী নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ।

নৱম স্থান: ৪৭৪ নম্বৰেৰে আছে তিনিজন মেধাৱী।

আচিফা নাজনিন লস্কৰ : মৰিয়ম আজমল মহিলা কলেজ ছায়েন্স এণ্ড টেকনলজি, হোজাই।

উৎপল ৰাজ কেম্প্ৰায় : ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও।

শিৱানুজ বৰকটকী : অৰুণোদয় একাডেমি, শিৱসাগৰ।

দশম স্থান: ৪৭৩ নম্বৰ লাভ কৰি দশম স্থান লাভ কৰিছে চাৰিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে।

কুনাল তালুকদাৰ : আনন্দৰাম বৰুৱা একাডেমী, বৰপেটা।

অভিজিত চৌধুৰী : কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা।

ইফটিকাৰ আহমেদ আৰু অংকিতা শইকীয়া : ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও।

LEAVE A REPLY

Please enter your comment!
Please enter your name here