অগপৰ সভাপতি পদত পুনৰ অতুল বৰা

0
78
ফাইল ফটো

# নিউজ ডেস্ক #

পুনৰবাৰ অসম গণ পৰিষদৰ সভাপতি নিৰ্বাচিত হ’ল অতুল বৰা। উল্লেখ্য যে গুৱাহাটী হাইকোৰ্টৰ নিষেধাজ্ঞা সত্ত্বেও আজি আমবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় দলটোৰ সাধাৰণ সভা৷ উক্ত সভাতে আগন্তুক কাৰ্যকালৰ বাবে অগপৰ সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয় যদিও সভাপতি পদৰ বাবে আন কোনোৱে প্ৰাৰ্থিত্ব আগনবঢ়োৱাত অতুল বৰা বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়৷ আনহাতে, কাৰ্যকৰী সভাপতি হিচাপে মনোনীত কৰা হয় কেশৱ মহন্তক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here