জিঅ’-গুগলে আনিব ১০০ মিলিয়ন কম মূল্যৰ এণ্ড্ৰইড ফোন

0
64

# নিউজ ডেস্ক #

ৰিলায়েন্স জিঅ’ প্লেটফৰ্মত বিনিয়োগৰ দুমাহৰ পিছতে, দুয়ো অংশীদাৰে মিলি ১০০ মিলিয়ন অতি কম মূল্যৰ মোবাইল ফোন নিৰ্মাণৰ কথা ঘোষণা কৰিছে৷ এই এণ্ড্ৰইড ফোনসমূহ জিঅ’ ডাটা পেকেৰে সংযুক্ত থাকিব আৰু চলিত বছৰৰ ডিচেম্বৰত নতুবা অহা বছৰৰ আৰম্ভণিতে এই ফোনসমূহ বজাৰত উলিয়াই দিয়াৰ পৰিকল্পনা কৰা হৈছে৷ ৰিলায়েন্সে লগতে কয় যে ফোনসমূহ নিৰ্মাণৰ বাবে স্থানীয় নিৰ্মাতাৰ সৈতে আলোচনা কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here