চন্দ্ৰ-মঙলত ইছৰোৰ সৈতে অভিযান চলাব নাছাই

0
50

# নিউজ ডেস্ক #

কেইবছৰমানৰ ভিতৰতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ সৈতে যৌথভাবে মঙল, শুক্র আৰু চন্দ্রাভিযানত নামিব মার্কিন মহাকাশ গৱেষণা সংস্থা নাছা। কেৱল গৱেষণাৰ যন্ত্রপাতি পঠোৱাতেই এই অভিযান সীমাবদ্ধ নাথাকিব। সম্পূৰ্ণ অর্থতেই হ’ব যৌথ অভিযান। ইউৰোপিয়ান স্পেচ এজেন্সি (‘ইছা’)ৰ সৈতে বৰ্তমান যেনেধৰণৰ যৌথ মহাকাশ অভিযানত নাছা নামে, ঠিক একে ধৰণৰ হ’ব।

নাছাৰ এইবাৰৰ মঙল অভিযানৰ (মাৰ্চ ২০২০ ৰ’ভাৰ পাৰচিভেৰেন্স)ৰ মূল কাণ্ডাৰী তথা সমগ্ৰ প্রকল্পৰ কর্ণধাৰ, মুখ্য অভিযন্তা আডাম ষ্টেলটজ্‌নাৰে আনন্দবাজাৰ পত্ৰিকাক দিয়া এক সাক্ষাৎকাৰত এই কথা  জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here