নতুন ৰূপত ভাৰতৰ টেলিকম বজাৰত আত্মপ্রকাশ ভোডাফোন-আইডিয়াৰ

0
51

# নিউজ ডেস্ক #

এইবাৰ জিঅ’ক প্ৰত্যাহ্বান জনাবলৈ ভাৰতৰ টেলিকম বজাৰত ন-ৰূপত আত্মপ্রকাশ ঘটিছে ‘ভি আই’ৰ। আচলতে ভোডাফোন-আইডিয়াই নতুন নাম, লগ’ আৰু প্লেনেৰে ভাৰতত আত্মপ্ৰকাশ কৰিছে। ভোডাফোন-আইডিয়াৰ নতুন ব্ৰেণ্ড ‘ভি আই’ৰ নতুন প্লেনসমূহ হৈছে :

২৪৯ টকা : প্রতিদিনে ১.৫ জিবি ইণ্টাৰনেট ডাটা, ২৮ দিনৰ বৈধতাৰ সৈতে।

২৯৯ টকা : প্রতিদিনে ২+২ জিবি ইণ্টাৰনেট ডাটা, ২৮ দিনৰ বৈধতাৰ সৈতে।

৩৯৯ টকা : প্রতিদিনে ১.৫ জিবি ইণ্টাৰনেট ডাটা, ৫৬ দিনৰ বৈধতাৰ সৈতে।

৫৯৯ টকা : প্রতিদিনে ১.৫ জিবি ইণ্টাৰনেট ডাটা, ৮৪ দিনৰ বৈধতাৰ সৈতে।

১৪৯ টকা : ২৮ দিনৰ বৈধতাৰে মুঠ ২ জিবি ইণ্টাৰনেট ডাটা আৰু ৩০০টা এছএমএছ

৩৭৯ টকা : ৮৪ দিনৰ বৈধতাৰ সৈতে মুঠ ৬ জিবি ইণ্টাৰনেট ডাটা আৰু ১০০০টা এছএমএছ৷

২,৩৯৯ টকা : এই বার্ষিক প্লেনত পোৱা যাব প্রতিদিনে ১.৫ জিবি ইন্টাৰনেট ডাটা।

লগতে থাকিব প্রতিটো প্লেনত আনলিমিটেড টকটাইমৰ সুবিধা।

 

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here