আছু-যুৱ ছাত্ৰ পৰিষদৰ ৰাজনৈতিক দল গঠনৰ আহ্বায়কৰ দায়িত্ব অৰ্পণ

0
52

# নিউজ ডেস্ক #

ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত গঠন হ’বলগীয়া নতুন আঞ্চলিক ৰাজনৈতিক দলৰ সকলো সাংগঠনিক দিশৰ কাম-কাজ৷ আজি আছু-যুৱ ছাত্ৰ পৰিষদৰ ৰাজনৈতিক দল গঠনৰ মুখ্য আহ্বায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে ডঃ কৃষ্ণ গোপাল ভট্টাচাৰ্য আৰু বসন্ত ডেকাক৷ দলৰ পূৰ্ণাংগ সমিতি গঠনৰ সময়লৈকে মুখ্য আহ্বায়কদ্বয় দায়িত্বত থাকিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here