ব্ৰহ্মপুত্ৰত সন্ধানহীন জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী

0
65

# নিউজ ডেস্ক #

ব্ৰহ্মপুত্ৰত সন্ধানহীন হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এজন কৰ্মচাৰী৷ কৰ্মচাৰীজনৰ নাম বলভদ্ৰ ডেকা বুলি জানিব পৰা গৈছে। পাম্প অপাৰেটৰ হিচাপে কৰ্মৰত কৰ্মচাৰীজন পুৱাৰে পৰা সন্ধানহীন হৈ আছে। কৰ্মচাৰীজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে এছডিআৰএফে। বাতৰি যুগুতোৱাৰ সময়লৈকে সন্ধান পোৱা হোৱা নাই কৰ্মচাৰীজনৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here