Home ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয়ঃ ২০২৪-২৫ বিত্তীয় বৰ্ষত স্বাস্থ্য, জীৱন আৰু ব্যক্তিগত দুর্ঘটনাত ১ লাখ ৩০ হাজাৰ...

২০২৪-২৫ বিত্তীয় বৰ্ষত স্বাস্থ্য, জীৱন আৰু ব্যক্তিগত দুর্ঘটনাত ১ লাখ ৩০ হাজাৰ কোটিৰো অধিক বীমা

0

ভাৰতৰ সৰ্ববৃহৎ ইণ্টাৰনেট ক্রয় বিক্রয় স্থান চৰকাৰী ই-মার্কেটপ্লেছ চমুকৈ-জেম এ ২০২৪-২৫ বিত্তীয় বৰ্ষত স্বাস্থ্য, জীৱন, আৰু ব্যক্তিগত দুর্ঘটনাৰ ক্ষেত্ৰত ১ লাখ ৩০ হাজাৰ কোটিতকৈও বেছি বীমাক সামৰি লৈছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ তথ্যই জনাইছে যে একেটা বিত্তীয় বৰ্ষতে প্রতিষ্ঠানটোৱে ১০ লাখ লোকক নিয়োগ কৰিছে। এই সাফল্যৰ বিষয়ে প্রকাশ কৰি জেমৰ মুখ্য কাৰ্যবাহী অজয় ভাদুৱে কয়, যে এই প্রতিষ্ঠানে জনসাধাৰণক সুৰক্ষিত আৰু বহনসাধ্য সমাধান দিবলৈ প্ৰতিশ্রুতিবদ্ধ।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version