ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয়ঃ অপাৰেচন সিন্দুৰ অভিযান সম্পৰ্কত দেশবাসীক উদ্দ্যেশি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণ By Notun Somoy - May 12, 2025 0 FacebookXPinterestWhatsApp অপাৰেচন সিন্দুৰ অভিযান সম্পৰ্কত দেশবাসীক উদ্দ্যেশি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণ https://notunsomoy.com/wp-content/uploads/2025/05/LIVE:-PM-Modis-address-to-the-nation.mp4?_=1 ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়াকৈ দেখা দিয়া সংঘাতক কেন্দ্ৰ কৰি দেশবাসী উদ্বিগ্ন হৈ আছে। বিগত এই দিনকেইটাৰ উদ্বেগৰ পিছত আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।