Home ৰাজ্যঃ বিশ্ব পৰিৱেশ দিৱস

বিশ্ব পৰিৱেশ দিৱস

0

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৩০ ছেপ্তেম্বৰলৈকে অটল নগৰীয়া উজ্জীৱিতকৰণ আৰু ৰূপান্তকৰণ অভিযান কাৰ্যসূচীৰ অধীনত প্ৰতিখন বিদ্যালয়ে কমেও ৭০টাকৈ গছপুলি ৰোপণ কৰিব লাগিব। সমগ্ৰ শিক্ষা অসমে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এক পেড় মা কে নাম কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ৰ অধীনত বিদ্যালয়সমূহত গছপুলি ৰোপণৰ বাবে আহ্বান জনাইছে। গছপুলিসমূহ বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু তেওঁলোকৰ মাতৃসকলে একেলগে ৰোপণ কৰিব লাগিব আৰু গছপুলি ৰোপণৰ এখনকৈ ছেল্ফি https://ecoclubs.education.gov.in/ ত আপলোড কৰিব লাগিব।
#environment #EnvironmentDay2025 #AssamGovt #TreePlantation

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version