Home ৰাজ্যঃ শিৱসাগৰত আছা নেতাৰ চাঞ্চল্যকৰ কাণ্ড

শিৱসাগৰত আছা নেতাৰ চাঞ্চল্যকৰ কাণ্ড

0

শিৱসাগৰত আছা নেতাৰ চাঞ্চল্যকৰ কাণ্ড
ডিমৌত পত্নীক ছুপাৰী কিলাৰ লগাই হত্যা কৰিলে স্বামীয়ে!
পত্নীৰ প্ৰাণ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ নৰেন তাঁতী
আৰক্ষীৰ জেৰাত সকলো কথা স্বীকাৰ কৰিছে অপৰাধীৰ

আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ পত্নী নিৰুদ্দেশ বুলি থানাত দিছিল এজাহাৰ
আছাৰ শিৱসাগৰ জিলা সভাপতিক গ্ৰেপ্তাৰ
পত্নীৰ প্ৰাণ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ নৰেন তাঁতী
সামাজিক মাধ্যমত পত্নীৰ সন্ধান বিচাৰি প’ষ্ট দিয়া ঘাতক স্বামীয়ে দীপ্তি তাঁতীৰ ডিঙি চেপি হত্যা কৰি গাড়ীত তুলি নি দিচাং নদীত উটুৱাই দিয়া কার্যত সহযোগ কৰিবলৈ ছুপাৰী কিলাৰ দীপ পাণ্ডৱক দিছিল ২০ পৰা ৪০ হাজাৰ টকা
আৰক্ষীৰ জেৰাত সকলো কথা স্বীকাৰ কৰিছে অপৰাধীৰ
অপৰাধীক আৰক্ষীয়ে নিজ জিম্মাত লৈ বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে
ডিমৌ থানা চৌহদৰ ভিতৰত প্ৰতিবাদী ৰাইজে হাতে হাতে প্লে-কাৰ্ড লৈ বহু বিতৰ্কিত আছাৰ নেতা নৰেন তাঁতীৰ ফাঁচী দাবী তুলিছে, যাক লৈ অঞ্চলজুৰি উত্তেজনা

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version