▶️চৰাইদেউ মৈদাম সমূহ বিশ্ব ঐতিহ্য হিচাপে ঘোষণাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পাছতো বৃহৎ বেদখল অব্যাহত
▶️পৰ্যটক বঞ্চিত প্ৰকৃত মৈদাম সমূহ পৰিদৰ্শনৰ পৰা
▶️মৈদামৰ মেপ প্ৰস্তত কাৰক, বিশ্ব ঐতিহ্যৰ মূখ্য আৰু পাশ্বৱৰ্তী অঞ্চলৰ সীমা নিৰ্ধাৰণ কমিটিৰ সদস্য, প্ৰতিটো জৰীপক নেতৃত্ব দিয়া আৰু স্থানীয় ৰাইজৰ মাজত অকলশৰে সজাগতা অনা ডঃ জাকিৰুল আলমৰ আহ্বান মুখ্যমন্ত্ৰীলৈ
▶️প্ৰায় ৪ হাজাৰ ১০০ বিঘা চৰকাৰী মাটিত থকা মৈদাম সমূহ এতিয়াও বেদখলকৃত
▶️বিশ্ব ঐতিহ্য অঞ্চলত মৈদামত দুষ্কৃতিকাৰীৰ নিয়মিত খনন অব্যাহত


