ৰাজ্যঃ এছ আই টিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰিছেঃ মুখ্যমন্ত্রী By Notun Somoy - October 29, 2025 0 FacebookXPinterestWhatsApp জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বিশেষ তদন্তকাৰী দল এছ আই টিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰিছেঃ মুখ্যমন্ত্রী অতি সোনকালেই অভিযোগনামা আদালতত দাখিল কৰা হ’ব এছ আই টিয়ে বৰ্তমানলৈকে ৭৫ জন ব্যক্তিৰ জবানবন্দী গ্ৰহণ কৰিছে