Home ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয়ঃ ‘‘ভাৰত বহুপাক্ষিকতাবাদ আৰু সংস্কাৰৰ লক্ষ্য আগুৱাই নিবলৈ অংশীদাৰ দেশসমূহৰ সৈতে কাম কৰি...

‘‘ভাৰত বহুপাক্ষিকতাবাদ আৰু সংস্কাৰৰ লক্ষ্য আগুৱাই নিবলৈ অংশীদাৰ দেশসমূহৰ সৈতে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ’’ -বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ. জয়শংকৰ

ড০ এছ. জয়শংকৰে উল্লেখ কৰি কয় যে আন্তঃৰাষ্ট্ৰীয় বিত্তীয় পৰিকাঠামোৰ সংস্কাৰ সাধন অতি প্ৰয়োজনীয়। লগতে বহুপাক্ষিক ব্যৱস্থাত উন্নয়নশীল দেশসমূহৰ আকাংক্ষা প্ৰতিফলিত হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

0
EAM Jaishankar interacts with his BRICS counterparts in New Delhi
EAM Jaishankar interacts with his BRICS counterparts in New Delhi

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ. জয়শংকৰে উল্লেখ কৰি কৈছে যে ভাৰত বহুপাক্ষিকতাবাদ আৰু সংস্কাৰৰ লক্ষ্য আগুৱাই নিবলৈ অংশীদাৰ দেশসমূহৰ সৈতে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। নতুন দিল্লীত অনুষ্ঠিত বিশ্ব বিদেশ মন্ত্ৰীসকলৰ বৈঠকৰ দ্বিতীয় দিনৰ মুকলি অধিৱেশনত অংশগ্ৰহণ কৰি তেওঁ এই মন্তব্য কৰে।
ড০ এছ. জয়শংকৰে উল্লেখ কৰি কয় যে আন্তঃৰাষ্ট্ৰীয় বিত্তীয় পৰিকাঠামোৰ সংস্কাৰ সাধন অতি প্ৰয়োজনীয়। লগতে বহুপাক্ষিক ব্যৱস্থাত উন্নয়নশীল দেশসমূহৰ আকাংক্ষা প্ৰতিফলিত হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

EAM Jaishankar interacts with his BRICS counterparts in New Delhi

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version