
➞ জ্যেষ্ঠ বিজেপি নেতা তথা নবনিৰ্বাচিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপতগ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই লোকভৱনত আয়োজিত অনুষ্ঠানত তেওঁক শপতবাক্য পাঠ কৰায়।
উল্লেখযোগ্য যে অহা ২১ মে’ত আৰম্ভ হ’বলগীয়া অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষই নবনিৰ্বাচিত বিধায়কসকলক শপতবাক্য পাঠ কৰাব। ইয়াৰ পাছত বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰা হ’ব।
অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপতগ্ৰহণ চন্দ্ৰমোহন পাটোৱাৰীৰ
অহা ২১ মে’ত আৰম্ভ হ’বলগীয়া অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষই নবনিৰ্বাচিত বিধায়কসকলক শপতবাক্য পাঠ কৰাব। ইয়াৰ পাছত বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰা হ’ব।


