গুৱাহাটীঃ ২২ আগষ্টৰ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিবেশন By Notun Somoy | Digital - August 2, 2024 0 FacebookXPinterestWhatsApp অহা ২২ আগষ্টৰ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিবেশন আৰম্ভ হ’ব। বিধানসভা সচিবালয়ে অধিবেশনৰ সাময়িক কাৰ্যসূচী প্ৰকাশ কৰা অনুসৰি অধিবেশনখন পাঁচ দিন চলিব আৰু ৩০ আগষ্টত সামৰণি পৰিব৷