Home গুৱাহাটীঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিভিন্ন সেৱাৰ মাছুল বৃদ্ধি

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিভিন্ন সেৱাৰ মাছুল বৃদ্ধি

0

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিভিন্ন সেৱাৰ মাছুল সামান্য বাঢ়িছে বুলি অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই প্ৰকাশ কৰিছে। বিগত ৬ মাহ ধৰি সমগ্ৰ বিষয়টো এখন সমিতিয়ে পর্যালোচনা কৰাৰ লগতে বজাৰৰ মূল্য পৰীক্ষা কৰি যুক্তিসংগতভাৱে বিভিন্ন সেৱাৰ মাচুল বৃদ্ধি কৰিছে বুলি অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে। যিসকল লোকে মাছুলৰ খৰছ বহন কৰিব নোৱাৰে তেওঁলোকে কৰ্তৃপক্ষক অৱগত কৰিলে মাছুল বিনামূলীয়া কৰি দিব বুলিও অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই উল্লেখ কৰে৷

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version