Home ক্ৰীড়াঃ এছিয়ান ছিনিয়ৰ জিমনাষ্টিক চেম্পিয়নশ্বিপঃ দীপা কৰ্মকাৰৰ স্বর্ণ পদক জয়

এছিয়ান ছিনিয়ৰ জিমনাষ্টিক চেম্পিয়নশ্বিপঃ দীপা কৰ্মকাৰৰ স্বর্ণ পদক জয়

0

Asian Gymnastics Championships 2024: Dipa Karmakar wins historic gold medal

এছিয়ান ছিনিয়ৰ জিমনাষ্টিক চেম্পিয়নশ্বিপত মহিলাৰ শাখাত দীপা কৰ্মকাৰে প্ৰথমগৰাকী ভাৰতীয় এথলিট হিচাপে স্বর্ণ পদক জয় কৰি কৃতিত্ব অর্জন কৰিছে। উজবেকিস্তানত ৰাজধানী চহৰত অনুষ্ঠিত এছিয়ান ছিনিয়ৰ জিমনাষ্টিক চেম্পিয়নশ্বিপত দীপা কৰ্মকাৰে ১৩.৫৬ স্কোৰ অৰ্জন কৰি উত্তৰ কোৰিয়াৰ কিম ছন হায়াং আৰু জো কিয়ং বায়’লক পৰাস্ত কৰে।

Image

Dipa Karmakar Makes History Again, Wins India's 1st Asian C'ships Gold

উল্লেখযোগ্য যে ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত চতুর্থ স্থানপ্ৰাপ্ত দীপাই ইতিপূৰ্বে ২০১৫ত একেটা ইভেণ্টতে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তুৰ্কীৰ মাৰ্চিনত অনুষ্ঠিত ২০১৮ চনৰ এফ আই জি বিশ্বকাপত সোণৰ পদক অৰ্জন কৰি আন্তঃৰাষ্ট্ৰীয় জিমনাষ্টিক প্রতিযোগিতাৰ সোণৰ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version