Home ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয়ঃ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত চতুৰ্থ বাৰলৈ অন্ধ্ৰৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ চন্দ্ৰবাবু নাইডুৰ

প্ৰধানমন্ত্ৰীৰ উপস্থিতিত চতুৰ্থ বাৰলৈ অন্ধ্ৰৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ চন্দ্ৰবাবু নাইডুৰ

0

চতুৰ্থ বাৰলৈ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে তেলেগু দেশম পাৰ্টি (টিডিপি)ৰ অধ্যক্ষ এন চন্দ্ৰবাবু নাইডুৱে।এই অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী সকল ক্ৰমে অমিত শ্বাহ,জে পি নাড্ডা নীতিন গাডকাৰী।শিৱসেনাৰ মুৰব্বী একনাথ সিন্দেও উপস্থিত থাকে।

Chandrababu Naidu takes oath as Andhra Chief Minister, Pawan Kalyan as  Deputy - India Today

নৱগঠিত নাইডু মন্ত্ৰীসভাত উপ মুখ্যমন্ত্ৰী ৰূপে নিযুক্ত হৈছে মিত্ৰদল।জন সেনাৰ অধ্যক্ষ পৱন কল্যাণ।মুঠ ২৪ গৰাকী মন্ত্ৰীৰ ভিতৰত মুখ্যমন্ত্ৰী নাইডুৰ পুত্ৰ এন লোকেশেও স্থান লাভ কৰিছে।

Chandrababu Naidu takes oath as Andhra Pradesh CM; PM Modi, Amit Shah,  Nitin Gadkari, Chirag Paswan present - BusinessToday

টিডিপিৰ অন্ধ্ৰপ্ৰদেশ দখলত উৎসাহিত হৈ পৰিছে দেশৰ আঞ্চলিক ৰাজনীতিৰ পৃষ্ঠপোষকসকল।লক্ষণীয়ভাৱে এই শপত গ্ৰহণ অনুষ্ঠানত অসম গণ পৰিষদৰ হৈ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতায়ো অংশগ্ৰহণ কৰে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version