Home ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয়ঃ ইটালীৰ প্ৰধানমন্ত্ৰী জিঅ’ৰ্জিয়া মেলনিৰ সৈতে প্রধানমন্ত্ৰী মোদীৰ দ্বিপাক্ষিক আলোচনা

ইটালীৰ প্ৰধানমন্ত্ৰী জিঅ’ৰ্জিয়া মেলনিৰ সৈতে প্রধানমন্ত্ৰী মোদীৰ দ্বিপাক্ষিক আলোচনা

0

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে G-7 শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে ইটালীৰ প্ৰধানমন্ত্ৰী জিঅ’ৰ্জিয়া মেলনিৰ সৈতে এক দ্বিপাক্ষিক আলোচনাত মিলিত হয়। দুয়ো দেশৰ প্রধানমন্ত্রীদ্বয়ে দেশ দুখনৰ মাজৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাক লৈ আলোচনা কৰে।

আগন্তুক সময়ত প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা অধিক বৃদ্ধি পাব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে আশা প্ৰকাশ কৰে। লগতে ভাৰত আৰু ইটালীৰ মাজৰ কৌশলগত সহযোগিতাৰ প্ৰগতিৰ বিষয়ে দুয়োখন দেশৰ প্রধানমন্ত্রীদ্বয়ে পৰ্যালোচনা কৰে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version