Home ক্ৰীড়াঃ ভাৰতীয় মহিলা হেণ্ড বল দলত লখিমপুৰৰ মৃদুস্মিতা লাগাছুৰ স্থান লাভ

ভাৰতীয় মহিলা হেণ্ড বল দলত লখিমপুৰৰ মৃদুস্মিতা লাগাছুৰ স্থান লাভ

0

■ ভাৰতীয় মহিলা হেণ্ড বল দলৰ লখিমপুৰৰ মৃদুস্মিতা লাগাছু’ৱে স্থান লাভ কৰিছে। লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ স্নাতক চূড়ান্ত বৰ্ষৰ ছাত্ৰীগৰাকীৰ এই সাফল্যই সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। অহা ২৭ জুনৰ পৰা বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হ’বলগীয়া ইণ্ড-বাংলাদেশ হেণ্ড বল প্রতিযোগিতাত মৃদুস্মিতাই দেশৰ হৈ প্ৰতিনিধিত্ব কৰিব।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version