Home ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয়ঃ ভাৰতৰ ২৬ সংখ্যক মুখ্য নির্বাচনী আয়ুক্ত হিচাপে নিযুক্ত জ্ঞানেশ কুমাৰ

ভাৰতৰ ২৬ সংখ্যক মুখ্য নির্বাচনী আয়ুক্ত হিচাপে নিযুক্ত জ্ঞানেশ কুমাৰ

0

জ্ঞানেশ কুমাৰৰ বিষয়ে

● জ্ঞানেশ কুমাৰ ১৯৮৮ চনৰ কেৰালা কেডাৰৰ অৱসৰপ্ৰাপ্ত IAS বিষয়া।
● পূৰ্বে তেওঁ সংসদীয় পৰিক্ৰমা মন্ত্ৰালয় আৰু সহযোগিতা মন্ত্ৰালয়ৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
● গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ কাৰ্যকালত শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্ট প্ৰতিষ্ঠা কৰাত তেখেতে যথেষ্ট সহায় কৰিছিল।
● এৰনাকুলামৰ জিলা উপায়ুক্ত আৰু কেৰালা ৰাজ্যিক সমবায় বেংকৰ এম ডি হিচাপেও কেৰালাত বিভিন্ন পদবীত কাম কৰি আহিছে।
● ২০১৯ চনত জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ বাতিলৰ সময়ত জম্মু-কাশ্মীৰৰ কাম-কাজ চম্ভালিবলৈ কুমাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
● আই আই টি কানপুৰৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙত বি টেক ডিগ্ৰী লাভ কৰা তেখেতে আই চি এফ এ আইত বিজনেছ ফাইনেন্স আৰু হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিৰ এনভাইৰনমেণ্টেল ইকনমিক্সত অধ্যয়ন কৰিছে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version