Home ৰাজনীতিঃ পঞ্চায়ত নিৰ্বাচন ২০২৫ঃ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি

পঞ্চায়ত নিৰ্বাচন ২০২৫ঃ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি

0

May be an image of 4 people and dais

♦ পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সোমবাৰে আবেলি ৪.৩০ বজাত সামৰণি পৰে। দ্বিতীয় পৰ্যায়ত বুধবাৰে ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাত নির্বাচন অনুষ্ঠিত হ’ব। মুঠ ৯১,৩১,১২৭ গৰাকী ভোটদাতাই দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ২৯,৬০৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। নিৰ্বাচনৰ বাবে মুঠ ১২ হাজাৰ ১৩০টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version