Home গুৱাহাটীঃ শক্তিপীঠ কামাখ্যা মন্দিৰত ‘অম্বুবাচী মহাযোগ’

শক্তিপীঠ কামাখ্যা মন্দিৰত ‘অম্বুবাচী মহাযোগ’

0

● দেওবাৰে আবেলি ২ বাজি ৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি
● বৃহস্পতিবাৰে অৰ্থাৎ ২৬ জুনত অম্বুবাচীৰ নিবৃত্তি
● আৰক্ষী প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি সন্ধিয়া ৬ বজাৰ পৰা ভক্তসকলে নীলাচল পাহাৰত প্ৰৱেশ কৰিব নোৱাৰিব।
● পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰ সংযোগী পথেৰে ভক্তৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে।
● অম্বুবাচী মহাযোগৰ সময়ছোৱাত জোতা-চেণ্ডেল পৰিধান কৰি কামাখ্যা মন্দিৰলৈ নাযাবলৈ সকলোকে আৰক্ষী প্ৰশাসনৰ আহ্বান।
● কামৰূপ মহানগৰ জিলা প্ৰশাসনলৈ পর্যটন বিভাগৰ অম্বুবাচী মেলা আয়োজনৰ বাবে ৪ কোটি ৫৫ লাখ টকা৷

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version