Home গুৱাহাটীঃ ভূমিস্খলনৰ ফলত বদৰপুৰ-লামডিং ৰে’লপথ বন্ধ

ভূমিস্খলনৰ ফলত বদৰপুৰ-লামডিং ৰে’লপথ বন্ধ

0

♦ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ডিমা হাছাওৰ মুপা ষ্টেচনৰ সমীপত হোৱা ভূমিস্খলনৰ বাবে বদৰপুৰ-লামডিং অংশৰ ৰে’লপথছোৱা বন্ধ হৈ পৰিছে। পথছোৱাত পাহাৰৰ পৰা শিল আৰু মাটি খহি পৰাত পুৱা শিলচৰৰ পৰা গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লখন আৱদ্ধ হৈ পৰে। শেহতীয়াকৈ জাতিংগা-লামপুৰ অংশত ভূমিস্খলনৰ বাবে একেৰাহে ৬ দিন এই ৰে’লপথছোৱা বন্ধ হোৱাত যাত্ৰীসকলে দুর্ভোগ ভূগিবলগীয়া হৈছিল।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version