Home ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয়ঃ আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছত সংশ্লিষ্ট কৰ্তৃপক্ষই কাৰিকৰী প্ৰয়োজনীয়তা আৰু পূৰ্বে নিৰ্ধাৰিত নীতি-নিয়ম...

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছত সংশ্লিষ্ট কৰ্তৃপক্ষই কাৰিকৰী প্ৰয়োজনীয়তা আৰু পূৰ্বে নিৰ্ধাৰিত নীতি-নিয়ম অনুসৰি দুৰ্ঘটনাত নিহতসকলক চিনাক্ত

0

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছত সংশ্লিষ্ট কৰ্তৃপক্ষই কাৰিকৰী প্ৰয়োজনীয়তা আৰু পূৰ্বে নিৰ্ধাৰিত নীতি-নিয়ম অনুসৰি দুৰ্ঘটনাত নিহতসকলক চিনাক্ত কৰে।

Air India flight with 242 on board crashes near Ahmedabad airport;  'heartbreaking beyond words', says PM

এয়াৰ ইণ্ডিয়াৰ বিমান দুর্ঘটনা সন্দৰ্ভত ব্ৰিটেইনৰ এখন সংবাদপত্ৰত প্ৰকাশিত তথ্যক লৈ সংবাদ মাধ্যমৰ জিজ্ঞাসাৰ প্ৰতি সঁহাৰি জনাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, যে সকলোবোৰ মৃতদেহ অতি পেছাদাৰীগতভাৱে আৰু সন্মান সহকাৰে ৰখা হয়। তেওঁ লগতে কয়, যে ভাৰতে এইক্ষেত্ৰত যিকোনো ধৰণৰ সহায়-সহযোগৰ বাবে ব্ৰিটেইন কৰ্তৃপক্ষৰ সৈতে নিৰন্তৰ যোগাযোগত আছে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version