Home গুৱাহাটীঃ উত্তৰ-পূৰ্বাঞ্চলত অহা ২-৩ দিন ধৰি মুষলধাৰ বৰষুণৰ আগলি বতৰা

উত্তৰ-পূৰ্বাঞ্চলত অহা ২-৩ দিন ধৰি মুষলধাৰ বৰষুণৰ আগলি বতৰা

0

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অহা ২-৩ দিন ধৰি মুষলধাৰ বৰষুণৰ আগলি বতৰা দিছে। North East India to be battered by heavy rains on Monday, Tuesday; IMD  issues orange alert - The Economic Timesবতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে পশ্চিমবংগ, অৰুণাচল প্ৰদেশ, ওড়িশা, মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাট আদিতো এই সময়ছোৱাত যথেষ্ঠ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ মধ্য ভাৰতত অহা ৪ দিনলৈ বিজুলী-ঢেৰেকণিৰ লগতে বৰষুণ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version