Home ক্ৰীড়াঃ ১৯ বছৰ অনুৰ্থ T-20 মহিলা ক্ৰিকেটৰ প্ৰথম তিনিখন খেলৰ বাবে ৰাজ্যিক দলৰ...

১৯ বছৰ অনুৰ্থ T-20 মহিলা ক্ৰিকেটৰ প্ৰথম তিনিখন খেলৰ বাবে ৰাজ্যিক দলৰ খেলুৱৈসকলৰ নাম ঘোষণা

অহা ২৬ অক্টোবৰৰ পৰা নাগপুৰত হবলগীয়া ১৯ বছৰ অনুৰ্থ T-20 মহিলা ক্ৰিকেটৰ প্ৰথম তিনিখন খেলৰ বাবে অসম ক্রিকেট সন্থাই ৰাজ্যিক দলৰ খেলুৱৈসকলৰ নাম ঘোষণা কৰিছে।

0
অহা ২৬ অক্টোবৰৰ পৰা নাগপুৰত হবলগীয়া ১৯ বছৰ অনুৰ্থ T-20 মহিলা ক্ৰিকেটৰ প্ৰথম তিনিখন খেলৰ বাবে অসম ক্রিকেট সন্থাই ৰাজ্যিক দলৰ খেলুৱৈসকলৰ নাম ঘোষণা কৰিছে। খেলুৱৈসকল হৈছে অধিনায়ক কাকু বর্মন, উপ অধিনায়ক খুছি কুমাৰী, প্ৰিয়ংকা কলিতা, ৰীমা পেগু, ডলী কাৰ্ডং, নেহা চন্দ, পয়োনিধি দাস, গ্রীতিশা শইকীয়া, ৰেচমি সিনহা, আকাংক্ষা চাণ্ডিল্য, ৰিয়া পোড়েল, অংকিতা সোণোৱাল, ডেইজী তাঁতি, স্বস্তি বিশ্বকৰ্মা আৰু কৌশল্যা সাহু। দলটোত ড° গণেশ দত্ত সুঘ মুখ্য প্রশিক্ষক, তিলক দাস প্ৰশিক্ষক, আৰু পাপৰি গগৈ সহকাৰী প্ৰশিক্ষক হিচাপে থাকিব।

00:00

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version