■ নিযুক্তি সংবাদ || অসম লোকসেৱা আয়োগ (APSC) নিযুক্তি- ২০২৬
● পৰীক্ষাৰ নাম:Combined Competitive Examination (Preliminary), 2025
● মুঠ পদৰ সংখ্যা: ৭৮ টা
● পদসমূহৰ নাম: অসম অসামৰিক সেৱা , অসম আৰক্ষী সেৱা , কৰ অধীক্ষক, জিলা পৰিবহণ বিষয়া আদি।
● শিক্ষাগত অৰ্হতা: স্নাতক উত্তীৰ্ণ
● বয়সৰ সময়সীমা: ন্যূনতম ২১ বছৰ আৰু সৰ্বোচ্চ ৩৮ বছৰ
● আৱেদন আৰম্ভণিৰ তাৰিখ: ১৩ এপ্ৰিল, ২০২৬
● আৱেদনৰ অন্তিম তাৰিখ: ৩ মে’, ২০২৬
● প্ৰাৰম্ভিক পৰীক্ষাৰ (Prelims) সম্ভাৱ্য তাৰিখ: ৫ জুলাই, ২০২৬



