Home ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয়ঃ বাংলাদেশত সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত আক্ৰমণৰ ঘটনাক গৰিহণা মহম্মদ ইউনুছৰ

বাংলাদেশত সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত আক্ৰমণৰ ঘটনাক গৰিহণা মহম্মদ ইউনুছৰ

0
Nobel laureate and chief adviser of Bangladesh's new interim government, Muhammad Yunus (C) greets the public after laying a wreath at the National Martyrs' Memorial in Dhaka on August 9, 2024. Nobel laureate Muhammad Yunus led a solemn tribute to Bangladesh's fallen independence heroes on August 9 in the first act of his interim government, after a student-led uprising forced predecessor Sheikh Hasina into exile. Yunus, 84, was sworn in on Thursday night after returning home from Europe at the request of protest leaders, following the sudden end of Hasina's 15-year rule. (Photo by Indranil MUKHERJEE / AFP) (Photo by INDRANIL MUKHERJEE/AFP via Getty Images)

Bangladesh student leaders order 48-hour halt to protests over death toll:  'so much blood' | South China Morning Post

শ্বেইখ হাছিনা নেতৃত্বাধীন চৰকাৰৰ পতনৰ পাছত বাংলাদেশত সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ নেতা মহম্মদ ইউনুছে গৰিহণা দিছে।

Bangladesh News: Sheikh Hasina meets NSA Doval, PM Modi chairs meet; curfew  in THESE Indian states: All you need to know | Today News

ঘটনাবোৰ জঘন্য বুলি অভিহিত কৰি নবেল বঁটা বিজয়ী ইউনুছে প্রতিবাদত জড়িত থকা ছাত্ৰসকলক দেশখনত বাস কৰা হিন্দু, খ্রীষ্টান আৰু বৌদ্ধ পৰিয়ালসমূহক সুৰক্ষিতভাবে ৰাখিবলৈ আহ্বান জনায়।

Bangladesh Unrest Highlights News Updates: Bangladesh announces a  nationwide curfew and deploys military as deadly unrest over government  jobs escalates - The Economic Times

ইফালে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এণ্টনিঅ’ গুটেৰেছৰ উপ মুখপাত্র ফাৰহান হকেও দেশখনত সংখ্যালঘুৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক লৈ জাতি-ধৰ্ম বা যিকোনো বৈষম্যৰ ভিত্তিত হিংসাৰ বিৰোধিতা কৰে। হিন্দু আৰু অন্যান্য সংখ্যালঘুসকলক সহায় কৰিবলৈ ৰাষ্ট্ৰসংঘ সাজু হৈ থকা বুলিও উল্লেখ কৰে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version