▶️ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমীয়াৰ অৱদান
▶️ব্ৰিটিছ বিৰোধী সংগ্ৰামত দেশৰ প্ৰথম ছহিদ অসম সন্তান
▶️অসম সন্তান পিয়লি বৰফুকন আৰু জীউৰাম দুলীয়াবৰুৱা
▶️মণিৰাম দেৱান, কুশল কোঁৱৰৰ লগতে বহুজনক ফাঁচী দিয়া হৈছিল
▶️ব্ৰিটিছৰ বিৰুদ্ধে ফুলগুৰি ধেবা আৰু পথৰুঘাটৰ দৰে কৃষক বিদ্ৰোহক দেশবাসীয়ে জনা উচিত
ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমীয়াৰ অৱদান
মণিৰাম দেৱান, কুশল কোঁৱৰৰ লগতে বহুজনক ফাঁচী দিয়া হৈছিল ব্ৰিটিছৰ বিৰুদ্ধে ফুলগুৰি ধেবা আৰু পথৰুঘাটৰ দৰে কৃষক বিদ্ৰোহক দেশবাসীয়ে জনা উচিত



