অসম মন্ত্রীসভাত স্থান লাভ কৰিবলগীয়া ১২গৰাকী মন্ত্ৰীৰ তালিকা প্রকাশ

- Advertisement -
- Advertisement -
- Advertisement -

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্প্ৰসাৰিত অসম মন্ত্রীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা প্রকাশ কৰিছে। সামাজিক মাধ্যম এক্সৰ যোগে মুখ্যমন্ত্রীয়ে কাইলৈ শপত গ্রহণ কৰিবলগীয়া ১২গৰাকী মন্ত্ৰীৰ তালিকা প্রকাশ কৰিছে।

সম্প্ৰসাৰিত মন্ত্রীসভাত অশ্বিনী ৰয় সৰকাৰ, অশোক সিংহল, বিমল বৰা, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্ল বৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেবী, পীযুষ হাজৰিকা, ডাঃ ৰণোজ পেণ্ড আৰু সুশান্ত বৰগোঁহাইয়ে স্থান লাভ কৰিছে।

খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তর্জাতিক কলা মন্দিৰত অসম মন্ত্রীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্রস্তুতি সম্পূর্ণ হৈছে। কাইলৈ দিনৰ ১২.৪৫ মিনিটত শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ’ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই মন্ত্রীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপতবাক্য পাঠ কৰোৱাব।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,289FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
24.7 ° C
24.7 °
24.7 °
94%
1.3m/s
92%
Thu
24 °
Fri
35 °
Sat
35 °
Sun
34 °
Mon
33 °

শেহতীয়া আপডেটঃ