থোৰতে লোকসভা নিৰ্বাচন-২০২৪

- Advertisement -
- Advertisement -
- Advertisement -

• বাৰানসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ো ২০১৯ত ৬,৭৫,৬৬৪টা ভোট পাইছিল, ২০২৪ত ভোট পালে ৬,১৩,৯৭০ টা।
• নৰেন্দ্ৰ মোডীয়ো ২০১৯ত ৪,৭৯,৫০৫ টা আৰু ২০২৪ত ১,৫২,৫১৩ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে।
• ২০১৯ত সংসদলৈ ৭৮ গৰাকী মহিলা নিৰ্বাচিত হোৱাৰ বিপৰীতে ২০২৪ত নিৰ্বাচিত হ’ল ৭৩ গৰাকী
• ২০১৯ত লোকসভাত মুছলমান সাংসদ আছিল ১১৫ গৰাকী, ২০২৪ত ৭৮ গৰাকী
• ২০২৪ৰ ১০৫ গৰাকী সাংসদৰ শিক্ষাগত অৰ্হতা পঞ্চমৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ।

Kadapa Lok Sabha Election 2024: Intense Family Feud in This Andhra Pradesh  Constituency - News18
• ২০২৯ত ৩৬টা দলৰ বিপৰীতে ২০২৪ত লোকসভাত ৪১টা দলৰ সাংসদ।
• মহিলা সাংসদৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ স্থান বিশ্বৰ ১৫০খন দেশৰ পাছত।
• থাকিবলগীয়া ৩৩ শতাংশৰ বিপৰীতে ভাৰতত মহিলা সাংসদ মাত্ৰ ১৩.৬ শতাংশ।
• মোডী চৰকাৰৰ শপত গ্ৰহণৰ আগে আগে সংসদ ভৱনৰ সন্মুখৰ পৰা আঁতৰালে মহাত্মা গান্ধী, বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তি।
• ২০২৪ত প্ৰথমবাৰলৈ লোকসভালৈ নিৰ্বাচিত হল ২৮০ জন সাংসদ।
• উত্তৰ প্ৰদেশৰ পৰা সৰ্বাধিক ৪৫ জন নতুন নেতা লোকসভালৈ নিৰ্বাচিত হল।
• কেৰালাৰ পৰা প্ৰথমবাৰলৈ বিজেপি সাংসদ নিৰ্বাচিত হল ত্ৰিশূৰ সমষ্টিৰ পৰা সুৰেশ গোপী।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,631FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
light rain
27 ° C
27 °
27 °
91%
1.7m/s
100%
Sun
27 °
Mon
29 °
Tue
30 °
Wed
32 °
Thu
31 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
■ কাজিৰঙাৰ বাফাৰ জ’ন হ্ৰাসৰ প্ৰস্তাৱক লৈ সৰৱ 'অৰণ্য মানৱ' যাদৱ পায়েং || #notun_somoy
01:39
Video thumbnail
বানাক্ৰান্ত পৰিয়ালবৰ্গক সাক্ষাৎ মৌলানা মুস্তাক আহমদ আনফাৰ চাহাবৰ || #notun_somoy
07:52
Video thumbnail
অসম-অৰুণাচল সীমান্তৰ ঘটনাক লৈ উদ্বিগ্নতা || #notun_somoy
02:35
Video thumbnail
নাজিৰাত বান বিধ্বস্ত বিদ্যালয়লৈ আৰ্থিক সাহাৰ্য বিতৰণ Pride East Entertainment PVT. LTDৰ
10:35
Video thumbnail
শিৱসাগৰৰ আইলা হাবি গাঁৱত বৰ্তমানেও এবুকু পানীৰ তলত শ শ পৰিয়ালৰ বাসগৃহ || #notun_somoy
05:27
Video thumbnail
অবৈধ খননৰ ফলত মৃত্যুমুখী পাটকাই পৰ্বত || #notun_somoy
02:12
Video thumbnail
দীঘল চুলিৰে বিশ্ব ৰেকৰ্ড || #notun_somoy
02:24
Video thumbnail
শিৱসাগৰত বানপীড়িত বিদ্যালয়ত পুনৰ পাঠদান সন্দৰ্ভত শিক্ষা বিভাগ || #notun_somoy
06:18
Video thumbnail
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ Eco Sensitive Zoneৰ পৰিসীমা ১০ কিলোমিটাৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাস
07:38
Video thumbnail
এগৰাকী নাৰীৰ ব্যক্তিক্ৰমী পদক্ষেপক শলাগ ভিন্নজনৰ || #notun_somoy
04:01

শেহতীয়া আপডেটঃ