LIE OVER PERIOD UTILIZATION -Dipankar Sharma

- Advertisement -
- Advertisement -
- Advertisement -

Thanks again to MP KRIPANATH MALLAH for his initiative behind introduction of a direct new train between DULLABCHERRA and GUWAHATI, capital city. নিজ নিজ অঞ্চলৰ মানুহৰ বাবে ৰাজধানী চহৰ গুৱাহাটীলৈ পোনপটীয়া ট্ৰেইন এনেদৰে সাংসদৰ কৃতিত্ব হিচাপে ২১ খন মান হ’বই লাগিছিল । যি কি নহওঁক যোৱা এপ্ৰিল মাহত ট্ৰেইন এখন ভূমিষ্ঠ হ’ল normal express status ত মানে common express fare ধাৰ্য্য কৰি। অৰ্থাৎ ট্ৰেইন এৰাৰ ১ ঘণ্টা আগতো UTS COUNTER ৰ পৰা টিকট লৈ যাব পাৰিব। ট্ৰেইন খন সপ্তাহত ৩ দিন চলি আছে। নিশা ১১ বাজি ১৫ মিনিটত আহি গুৱাহাটী পাই পিছদিনা নিশা ১০ বজাত পুনৰ দুল্লভছেৰালৈ গতি কৰে।

অৰ্থাৎ প্ৰায় ২৩ ঘণ্টা গুৱাহাটীৰ এটা লাইন দখল কৰি বহুৱাই ৰাখিব লগা হয়। ফলত গুৱাহাটী টাৰ্মিনালৰ Train holding capacity কমি যাই বাবে সপ্তাহত ২ দিন NEW JALPAIGURI লৈ পঠিয়াই দিয়া হ’ল via BILASIPARA যাতে নতুন পথৰ মানুহে ৰে’লৰ উকি হলেও কিছু শুনিব পাৰে। LIE OVER PERIOD UTILIZATION বুলি ৰে’লৰ ভাষাত কোৱা এনে প্ৰচেষ্টাৰ শলাগ লৈ ইতিমধ্যে ধন্যবাদ জ্ঞাপন কৰিছোঁ। গুৱাহাটী, ধুবুৰীৰ আগৰ সাংসদ দুগৰাকীয়ে মাল্লাদেৱৰো শলাগ লোৱা উচিত। পিছে আপত্তিজনক কথাটো (বৰ্তমানৰ সাংসদ সকলেও নিশ্চয় চাব) হ’ল NORMAL EXPRESS নকৰি কি যুক্তিত TRAIN ON DEMAND (TOD) কৰিলে নামনিৰ ফালে? অসমত DEMAND OF PUBLIC আছেই চিৰকাল। মাল্লাদেৱেও DEMAND কৰি সফল হৈছিল। এতিয়া TOD কৰি (COVID বাহানাৰ ফল) GUWAHATI – BILASIPARA – GAURIPUR – NJP শাখাটোত express fare ত কৈয়ো 10 to 30% extra fare ধাৰ্য্য কৰা কাৰ্য্যক সমৰ্থন কৰা যাই নে? তাতোকৈ ডাঙৰ কথা ১ ঘণ্টা আগত say অভয়াপুৰীৰ পৰা আপুনি গোৱালপাৰালৈ UTS booking কৰি টিকট কটাৰ সুবিধা নাপাব। Advance reservation must. হাতত লৰু এডাল লৈ কোনে আৰু ট্ৰেইনত উঠিব? TTE বিলাকো আমাৰেই দাদা ভাই। সেয়ে TOD প্ৰত্যাহাৰ কৰি NORMAL status ত নতুন ট্ৰেইনখনৰ চলাচল নিশ্চিত কৰিবলৈ ARPA ৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। NFR AUTHORITY, MP (LS/RS), Other social organizations সকলোৰে প্ৰতি বিষয়টো আগবঢ়ালোঁ। কিমান আৰু বোজা বব? ৰাস্তা নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই TOLL GATE বহুৱাই জিজিয়া কৰহে যেনিবা ৰে’ল পথতো। ৰে’ল বিভাগৰ অভ্যন্তৰত ঘটি থকা এনে বহু ব্যৱস্থাৰ উচ্চস্তৰীয় পৰ্যালোচনা হলে অসমৰ জনসাধাৰণে বাৰুকৈয়ে সকাহ পালেহেঁতেন। এয়াও এক দিনৰ সপোনেই আছিল।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

26,925FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
broken clouds
33 ° C
33 °
33 °
43 %
1.7kmh
53 %
Sat
35 °
Sun
34 °
Mon
35 °
Tue
28 °
Wed
32 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
আত্মনিৰ্ভৰশীল ভাৰতৰ চমক
03:02
Video thumbnail
ৰাজ্যসভাৰ উপ-দলপতি পদৰ পৰা ৰাঘৱ চাড্ডাক অপসাৰণ | Raghav Chaddha | #notun_somoy
03:32
Video thumbnail
বোৱাৰীৰ পৰা ভৰণ-পোষণ দাবী কৰিব নোৱাৰিব শহুৰ-শাহুৱেকে | Allahabad High Court | #notun_somoy
03:12
Video thumbnail
প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল মাধ্যমৰে আৰম্ভ লোকপিয়ল ২০২৭ | Census 2027 | #notun_somoy
02:42
Video thumbnail
ইৰাণলৈ ট্ৰাম্পৰ সকীয়নি, চুক্তি নহ'লে শক্তি প্ৰকল্প ধ্বংসৰ হুংকাৰ | US-Iran War | #notun_somoy
03:42
Video thumbnail
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ হৰমুজত থমকি ৰৈছে খাৰুৱা তেলৰ জাহাজ || #notun_somoy
04:12
Video thumbnail
গুৱাহাটীত চেন্নাইক ধৰাশায়ী কৰি ৰাজস্থানৰ বৃহৎ জয় | IPL-2026-Guwahati | #notun_somoy
02:10
Video thumbnail
ঘৰৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ৮৫ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে | postal vote | #notun_somoy
02:36
Video thumbnail
১৮ মাহৰ ভিতৰত অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন | 8th Pay Commission | #notun_somoy
03:03
Video thumbnail
১ এপ্ৰিলৰ পৰা সলনি হ'ব ডিজিটেল লেনদেনৰ নিয়ম | Digital Transaction | #notun_somoy
03:03

শেহতীয়া আপডেটঃ