উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ আজি সামৰণি

- Advertisement -
- Advertisement -
- Advertisement -

উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ আজি সামৰণি পৰে। হল্ডৱানীৰ আন্তঃৰাষ্ট্ৰীয় ক্রীড়া প্রকল্প চৌহদত আজি বিয়লি এই সমাৰোহৰ সামৰণী অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে মনসুখ মন্দাভিয়াই উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

38th National Games: 38th National Games Will Start In Uttarakhand From  This Date Next Year, Ioa Approved - Amar Ujala Hindi News Live - 38th  National Games:उत्तराखंड में अगले साल इस तारीख

গৃহমন্ত্ৰীগৰাকীয়ে সামৰণি অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি কয়, যে দেৱভূমি বুলি কোৱা উত্তৰাখণ্ডত আয়োজিত ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত দেশৰ ক্রীড়াবিদসকলে পাৰদৰ্শিতাৰে ক্ৰীড়া প্ৰদৰ্শন কৰি দেৱভূমিক খেলভূমিলৈ ৰূপান্তৰিত কৰিলে।

Union MoS Raksha Khadse Unveils Mascot, Logo, Anthem, Jersey, Torch &  Tagline for 38th National Games in Uttarakhand

ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ শেহতীয়া ৬টা সংস্কৰণত এইবেলি পঞ্চমবাৰৰ বাবে ছাৰ্ভিচেছে পদকৰ তালিকাত শীর্ষ স্থান অধিকাৰ কৰিবলৈ সমৰ্থ হৈছে। ছাৰ্ভিচেছে প্রতিযোগিতাখনত ৬৮ টা সোণ, ২৬টা ৰূপ আৰু ২৭টা ব্ৰঞ্জৰ পদকেৰে মুঠ ১২১ টা পদক লাভ কৰে। দ্বিতীয় স্থান অধিকাৰ কৰা মহাৰাষ্ট্ৰই ৫৪ টা সোণ, ৭১ টা ৰূপ আৰু ৭৩ টা ব্ৰঞ্জৰ পদকসহ মুঠ ১৯৮ পদক লাভ কৰে আৰু তৃতীয় স্থানৰ হাৰিয়ানাই ৪৮ টা সোণ, ৪৭টা ৰূপ আৰু ৫৮ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। প্রতিযোগিতাখনত অসমে ৩ টা সোণ, ১৫ টা ৰূপ, ১৬টা ব্ৰঞ্জসহ মুঠ ৩৪ টা পদকেৰে পদক তালিকাৰ ২৪ সংখ্যক স্থানতে সন্তুষ্ট থাকে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,630FansLike
0FollowersFollow
22,900SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
34 ° C
34 °
34 °
71%
1.2m/s
93%
Mon
33 °
Tue
33 °
Wed
33 °
Thu
30 °
Fri
28 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
■ কাজিৰঙাৰ বাফাৰ জ’ন হ্ৰাসৰ প্ৰস্তাৱক লৈ সৰৱ 'অৰণ্য মানৱ' যাদৱ পায়েং || #notun_somoy
01:39
Video thumbnail
বানাক্ৰান্ত পৰিয়ালবৰ্গক সাক্ষাৎ মৌলানা মুস্তাক আহমদ আনফাৰ চাহাবৰ || #notun_somoy
07:52
Video thumbnail
অসম-অৰুণাচল সীমান্তৰ ঘটনাক লৈ উদ্বিগ্নতা || #notun_somoy
02:35
Video thumbnail
নাজিৰাত বান বিধ্বস্ত বিদ্যালয়লৈ আৰ্থিক সাহাৰ্য বিতৰণ Pride East Entertainment PVT. LTDৰ
10:35
Video thumbnail
শিৱসাগৰৰ আইলা হাবি গাঁৱত বৰ্তমানেও এবুকু পানীৰ তলত শ শ পৰিয়ালৰ বাসগৃহ || #notun_somoy
05:27
Video thumbnail
অবৈধ খননৰ ফলত মৃত্যুমুখী পাটকাই পৰ্বত || #notun_somoy
02:12
Video thumbnail
দীঘল চুলিৰে বিশ্ব ৰেকৰ্ড || #notun_somoy
02:24
Video thumbnail
শিৱসাগৰত বানপীড়িত বিদ্যালয়ত পুনৰ পাঠদান সন্দৰ্ভত শিক্ষা বিভাগ || #notun_somoy
06:18
Video thumbnail
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ Eco Sensitive Zoneৰ পৰিসীমা ১০ কিলোমিটাৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাস
07:38
Video thumbnail
এগৰাকী নাৰীৰ ব্যক্তিক্ৰমী পদক্ষেপক শলাগ ভিন্নজনৰ || #notun_somoy
04:01

শেহতীয়া আপডেটঃ