হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰখ্যাত অভিনেত্রী কামিনী কৌশলৰ মৃত্যু

- Advertisement -
- Advertisement -
- Advertisement -

Kamini Kaushal Death: नहीं रहीं धर्मेंद्र की पहली को-स्टार कामिनी कौशल, 98  साल की उम्र में दुनिया को कहा अलविदा
হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰখ্যাত অভিনেত্রী কামিনী কৌশলৰ বৃহস্পতিবাৰে নিশা মুম্বাইৰ নিজ বাসভৱনত ৯৮ বছৰ বয়সত মৃত্যু হয়। ১৯৪৬ চনত নিচা নগৰ বোলছবিত কৰা অভিনয়েৰে চলচ্চিত্ৰ জগতত প্ৰবেশ কৰা কামিনী কৌশলে সাত দশকৰো অধিক কালজুৰি দৰ্শকৰ মন জয় কৰিবলৈ সমৰ্থ হৈছিল।

Kamini Kaushal (1927-2025): Acclaimed actress from Neecha Nagar, Biraj Bahu  was a rare gem

দিলীপ কুমাৰ, দেৱানন্দ আৰু ৰাজ কাপুৰকে আদি কৰি হিন্দী চলচ্চিত্ৰ জগতৰ বহুতো জনপ্রিয় অভিনেতাৰ সৈতে কাম কৰি হিন্দী চলচ্চিত্ৰৰ সোণালী যুগৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হিচাপে খ্যাতি লাভ কৰিছিল। ২০২২ চনত ৯৫ বছৰ বয়সত আমিৰ খানৰ লাল সিং চাদ্দা নামৰ বোলছবিখনত অভিনয় কৰিছিল।
#KaminiKaushal #bollywood #bollywoodnews #bollywoodactor #bollywoodactoractress

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,626FansLike
0FollowersFollow
22,900SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
25.3 ° C
25.3 °
25.3 °
96%
1.4m/s
100%
Tue
31 °
Wed
33 °
Thu
29 °
Fri
29 °
Sat
30 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
■ কাজিৰঙাৰ বাফাৰ জ’ন হ্ৰাসৰ প্ৰস্তাৱক লৈ সৰৱ 'অৰণ্য মানৱ' যাদৱ পায়েং || #notun_somoy
01:39
Video thumbnail
বানাক্ৰান্ত পৰিয়ালবৰ্গক সাক্ষাৎ মৌলানা মুস্তাক আহমদ আনফাৰ চাহাবৰ || #notun_somoy
07:52
Video thumbnail
অসম-অৰুণাচল সীমান্তৰ ঘটনাক লৈ উদ্বিগ্নতা || #notun_somoy
02:35
Video thumbnail
নাজিৰাত বান বিধ্বস্ত বিদ্যালয়লৈ আৰ্থিক সাহাৰ্য বিতৰণ Pride East Entertainment PVT. LTDৰ
10:35
Video thumbnail
শিৱসাগৰৰ আইলা হাবি গাঁৱত বৰ্তমানেও এবুকু পানীৰ তলত শ শ পৰিয়ালৰ বাসগৃহ || #notun_somoy
05:27
Video thumbnail
অবৈধ খননৰ ফলত মৃত্যুমুখী পাটকাই পৰ্বত || #notun_somoy
02:12
Video thumbnail
দীঘল চুলিৰে বিশ্ব ৰেকৰ্ড || #notun_somoy
02:24
Video thumbnail
শিৱসাগৰত বানপীড়িত বিদ্যালয়ত পুনৰ পাঠদান সন্দৰ্ভত শিক্ষা বিভাগ || #notun_somoy
06:18
Video thumbnail
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ Eco Sensitive Zoneৰ পৰিসীমা ১০ কিলোমিটাৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাস
07:38
Video thumbnail
এগৰাকী নাৰীৰ ব্যক্তিক্ৰমী পদক্ষেপক শলাগ ভিন্নজনৰ || #notun_somoy
04:01

শেহতীয়া আপডেটঃ