নগাঁৱৰ কঠিয়াতলী বৰকছাৰী গাঁৱৰ এজন যুৱকৰ প্ৰসংশনীয় পদক্ষেপ

- Advertisement -
- Advertisement -
- Advertisement -

গাহৰি পালনেৰে দিনেশ বসুমতাৰীৰ স্বাৱলম্বীতাৰ নিদৰ্শন
কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞাঃ যি সময়ত এটা কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ নিৱনুৱা যুৱকে ঢাপলি মেলিছে সেইখিনি সময়ত নগাওঁ জিলাৰ কঠীয়াতলীৰ এজন উচ্চ শিক্ষাৰে শিক্ষিত যুৱকৰ সুন্দৰ প্ৰদক্ষেপে সকলোৱে আদৰ্শ হৈ পৰিছে।

কঠীয়াতলী বৰকছাৰী গাঁৱৰ দিনেশ বসুমতাৰী নামৰ এই জন যুৱকে চৰকাৰী চাকৰিৰ পাছত নুঘুৰি প্ৰায় এবছৰ পূৰ্বে নিজ ঘৰৰ কাষতে প্ৰতিপালন কৰি আহিছে গাহৰি। দিনেশে নিজৰ লগতে আন দুজনকো দি আহিছে আত্মসংস্থাপন। দিনে নিশাই দিনেশে অশেষ কষ্ট কৰি পালন কৰি আহিছে এই গাহৰি সমূহ। বৰ্তমান ৪০ টা গাহৰি পোহপাল দিয়া দিনেশে আগন্তক দিনত আৰু উন্নত প্ৰজাতিৰ গাহৰি পালন কৰিব বুলি জনাই। গাহৰি ৰ্ফাম খনক লৈ যথেষ্ঠ আশাবাদী দিনেশ। নিজ ঘৰতে গাহৰি পালনৰে জীৱিকাৰ পথ বাচি লোৱা শিক্ষিত যুৱক দিনেশৰ এনে পদক্ষেপ এতিয়া শলাগ লৈছে অঞ্চলবাসীয়ে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

26,923FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
broken clouds
24 ° C
24 °
24 °
78 %
2.7kmh
61 %
Thu
23 °
Fri
33 °
Sat
35 °
Sun
35 °
Mon
36 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
বোৱাৰীৰ পৰা ভৰণ-পোষণ দাবী কৰিব নোৱাৰিব শহুৰ-শাহুৱেকে | Allahabad High Court | #notun_somoy
03:12
Video thumbnail
প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল মাধ্যমৰে আৰম্ভ লোকপিয়ল ২০২৭ | Census 2027 | #notun_somoy
02:42
Video thumbnail
ইৰাণলৈ ট্ৰাম্পৰ সকীয়নি, চুক্তি নহ'লে শক্তি প্ৰকল্প ধ্বংসৰ হুংকাৰ | US-Iran War | #notun_somoy
03:42
Video thumbnail
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ হৰমুজত থমকি ৰৈছে খাৰুৱা তেলৰ জাহাজ || #notun_somoy
04:12
Video thumbnail
গুৱাহাটীত চেন্নাইক ধৰাশায়ী কৰি ৰাজস্থানৰ বৃহৎ জয় | IPL-2026-Guwahati | #notun_somoy
02:10
Video thumbnail
ঘৰৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ৮৫ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে | postal vote | #notun_somoy
02:36
Video thumbnail
১৮ মাহৰ ভিতৰত অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন | 8th Pay Commission | #notun_somoy
03:03
Video thumbnail
১ এপ্ৰিলৰ পৰা সলনি হ'ব ডিজিটেল লেনদেনৰ নিয়ম | Digital Transaction | #notun_somoy
03:03
Video thumbnail
নতুন অধ্যায় সূচনাৰে আজিৰে পৰা আইপিএল ২০২৬ | A new chapter, IPL 2026 | #notun_somoy
02:40
Video thumbnail
ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে আকাশলংঘী হ'ব পাৰে বিমান টিকটৰ দাম || #notun_somoy
03:06

শেহতীয়া আপডেটঃ