২০২৪ বৰ্ষৰ সাহিত্য অকাদেমিৰ শিশু-সাহিত্য আৰু যুৱ বঁটাৰ শিতানত উজলি উঠিল ৪ গৰাকী অসমীয়া

- Advertisement -
- Advertisement -
- Advertisement -

● আজি ঘোষণা কৰা ২০২৪ বৰ্ষৰ সাহিত্য অকাদেমিৰ শিশু-সাহিত্য আৰু যুৱ বঁটাৰ শিতানত উজলি উঠিল চাৰিগৰাকী অসমীয়া৷ বহু কালজয়ী তথা জনপ্ৰিয় গ্ৰন্থৰ প্ৰসিদ্ধ ৰচয়িতা ৰঞ্জু হাজৰিকা আৰু বড়ো ভাষা-সাহিত্য চৰ্চা কৰি বিশেষ খ্যাতি লাভ কৰা ভাৰ্জিন জেকোভা মৗসাহাৰীয়ে শিশু-সাহিত্যৰ বাবে লাভ কৰিছে অকাদেমিৰ সন্মান৷ লগতে নয়নজ্যোতি শৰ্মা আৰু ছেল্ফ মেড ৰাণী বড়োৱে যুৱ অকাদেমি লাভ কৰি নিজৰ লগতে অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে৷

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,264FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
24.8 ° C
24.8 °
24.8 °
87%
1.9m/s
100%
Mon
29 °
Tue
33 °
Wed
35 °
Thu
35 °
Fri
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33

শেহতীয়া আপডেটঃ