শিক্ষাৰ্থী আৰু মোবাইল গেম ● ড° বুলজিৎ বুঢ়াগোহাঁই

- Advertisement -
- Advertisement -
- Advertisement -

মাননীয় সম্পাদক মহোদয়,

        শিক্ষাৰ্থীসকলক মোবাইল গেমে বিভিন্ন ধৰণে প্ৰভাব পেলায়। অধিক মবাইল গেম খেলিলে শিক্ষাৰ ফলাফলত নেতিবাচক প্ৰভাৱ পেলায়। শিক্ষাৰ্থীসকলে পঢ়া-শুনাত মনোযোগ দিব নোৱাৰে আৰু পঢ়াৰ সময় কমি যায়। দীঘলীয়া সময় ধৰি মোবাইলৰ স্ক্ৰীন চাওঁতে চকুৰ সমস্যা, মূৰ বিষ আদি স্বাস্থ্য সমস্যাৰ সৃষ্টি হয়। মোবাইল গেমৰ নিচাই শিক্ষাৰ্থীৰ আচাৰ-ব্যৱহাৰত প্ৰভাৱ পেলাব পাৰে। তেওঁলোকে বেছি সময়ৰ বাবে একেলগ থকা বন্ধুসকলৰ সৈতে সময় অতিবাহিত কৰাৰ ইচ্ছা কমাই দিয়ে। অধিক মোবাইল গেম খেলাৰ ফলত শিক্ষাৰ্থীয়ে সামাজিক কার্যকলাপত কম অংশগ্ৰহণ কৰে আৰু মানসিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়।

শিক্ষাৰ্থীসকলৰ মোবাইল গেমৰ নিচা দূৰ কৰিবলৈ কিছুমান ব্যৱস্থা গ্রহণ কৰিব পৰা যায় । শিক্ষাৰ্থীসকলেৰ দৈনিক কার্যসূচী সমন্বয় কৰি পঢ়াৰ সময় আৰু বিশ্ৰামৰ সময় সমতা ৰাখিব লাগিব। মোবাইল গেম খেলাৰ বাবে সীমিত সময় নিৰ্ধাৰণ কৰিব লাগিব, যেনে- প্ৰতিদিনে ৩০ মিনিটৰ অধিক হ’ব নোৱাৰিব। মোবাইল গেমৰ বিকল্প কার্যকলাপৰ আয়োজন কৰিব লাগিব। শিক্ষাৰ্থীসকলক খেলাধুলা, ব্যায়াম আৰু অন্যান্য শাৰীৰিক কার্যকলাপত অংশগ্ৰহণ কৰাব লাগিব। সংগীত, নাচ, নাটক আদি সৃজনশীল কার্যকলাপত অংশগ্ৰহণৰ বাবে উৎসাহিত কৰাব লাগিব। মোবাইল গেমৰ নিচাৰ বিপদৰ বিষয়ে শিক্ষাৰ্থী আৰু অভিভাৱকক সচেতন কৰাৰ বাবে শিক্ষানুষ্ঠানত প্ৰশিক্ষণৰ ব্যৱস্থা গ্রহণ কৰিব লাগিব আৰু আলোচনা-চক্র আয়োজন কৰি সচেতনতা আনিব লাগিব। বন্ধুৰ সৈতে বিনোদনমূলক কার্যকলাপত অংশগ্ৰহণৰ সুযোগ দিব লাগিব। এই পদক্ষেপসমূহে শিক্ষাৰ্থীসকলৰ মোবাইল গেমৰ নিচাৰ সমস্যাৰ সমাধানত সহায় কৰিব পাৰে।

ড° বুলজিৎ বুঢ়াগোহাঁই
আজাৰা, গুৱাহাটী -৭৮১০১৭
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

26,923FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
broken clouds
24 ° C
24 °
24 °
78 %
2.7kmh
61 %
Thu
23 °
Fri
33 °
Sat
35 °
Sun
35 °
Mon
36 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
বোৱাৰীৰ পৰা ভৰণ-পোষণ দাবী কৰিব নোৱাৰিব শহুৰ-শাহুৱেকে | Allahabad High Court | #notun_somoy
03:12
Video thumbnail
প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল মাধ্যমৰে আৰম্ভ লোকপিয়ল ২০২৭ | Census 2027 | #notun_somoy
02:42
Video thumbnail
ইৰাণলৈ ট্ৰাম্পৰ সকীয়নি, চুক্তি নহ'লে শক্তি প্ৰকল্প ধ্বংসৰ হুংকাৰ | US-Iran War | #notun_somoy
03:42
Video thumbnail
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ হৰমুজত থমকি ৰৈছে খাৰুৱা তেলৰ জাহাজ || #notun_somoy
04:12
Video thumbnail
গুৱাহাটীত চেন্নাইক ধৰাশায়ী কৰি ৰাজস্থানৰ বৃহৎ জয় | IPL-2026-Guwahati | #notun_somoy
02:10
Video thumbnail
ঘৰৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ৮৫ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে | postal vote | #notun_somoy
02:36
Video thumbnail
১৮ মাহৰ ভিতৰত অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন | 8th Pay Commission | #notun_somoy
03:03
Video thumbnail
১ এপ্ৰিলৰ পৰা সলনি হ'ব ডিজিটেল লেনদেনৰ নিয়ম | Digital Transaction | #notun_somoy
03:03
Video thumbnail
নতুন অধ্যায় সূচনাৰে আজিৰে পৰা আইপিএল ২০২৬ | A new chapter, IPL 2026 | #notun_somoy
02:40
Video thumbnail
ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে আকাশলংঘী হ'ব পাৰে বিমান টিকটৰ দাম || #notun_somoy
03:06

শেহতীয়া আপডেটঃ