সাম্প্ৰতিক বানত জুৰুলা কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে শীৰ্ষ বিষয়াসকলৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠক

- Advertisement -
- Advertisement -
- Advertisement -

নিউজ ডেস্কঃ সাম্প্ৰতিক বানত ৰাজ্যৰ কৃষি ভূমিসমূহৰ হোৱা ক্ষতি সন্দৰ্ভত পৰ্যালোচনা আৰু ব্যৱস্থা গ্রহণ সন্দৰ্ভত কৃষিমন্ত্ৰী অতুল বৰাই বিভাগীয় শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়।

May be an image of 3 people, people studying, newsroom and text

বৈঠকত পর্যাপ্ত পৰিমাণে সমূহীয়া পুলি বাগান স্থাপন কৰি বানপীড়িত কৃষকসকলক বিনামূলীয়াকৈ কঠিয়া বিতৰণৰ ব্যৱস্থা কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক নির্দেশ দিয়ে।

May be an image of 10 people and text

মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্রস্ত লোসকলক সকাহ দিয়াৰ লগতে কৃষকসকলৰ সুবিধার্থে তাৎক্ষণিক প্ৰয়োজনীয় সঁহাৰি দিবলৈ সঞ্চালকালয় আৰু জিলা পর্যায়ত নিয়ন্ত্রণ কক্ষ স্থাপন কৰা কথা প্ৰকাশ কৰে।

May be an image of 10 people, people studying and text

বৈঠকত কৃষি বিভাগৰ আয়ুক্ত সচিব তথা কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰাজ’ৰীয়া, বিভাগৰ সঞ্চালক ডাঃ পি উদয় প্রবীনৰ উপৰি আন শীর্ষ বিষয়াবৰ্গ উপস্থিত থাকে।

May be an image of 2 people and text
#AtulBora #AssamFloods #FloodSituation #agriculturelife #AssamGovt #floodAssam #FloodAlert #assamesenews

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,255FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
broken clouds
27.9 ° C
27.9 °
27.9 °
71%
2.1m/s
63%
Thu
27 °
Fri
32 °
Sat
31 °
Sun
34 °
Mon
32 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33
Video thumbnail
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত টাই-আহোম ভাষা বিষয়ক পাঠ্যক্ৰম || #notun_somoy
07:48
Video thumbnail
অস্তিত্বৰ সংকটত সোণাই নদী, জেচিবিৰে খান্দিছে সোণাই নদীৰ পাৰ || #notun_somoy
04:33

শেহতীয়া আপডেটঃ