‣ শক্তি দেখুৱালে প্ৰদীপ হাজৰিকাই
‣ নিৰ্বাচনলৈ মাজত মাথো ২টা দিন বাকী
‣ ঐতিহাসিক তলাতল ঘৰ প্ৰাংগণৰ পৰা প্ৰদীপ হাজৰিকাৰ ৰেলী
তলাতল ঘৰ প্ৰাংগণত তাই ধৰ্মীয় পৰম্পৰাৰে ফুৰালুং পূজা কৰি বাইক ৰেলীত অংশগ্ৰহণ প্ৰদীপ হাজৰিকাৰ। মুখ্যমন্ত্ৰী পত্নীৰ বিৰুদ্ধে শেহতীয়াকৈ কংগ্ৰেছে কৰা অভিযোগে নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায় বুলি মন্তব্য প্ৰদীপ হাজৰিকাৰ। প্ৰদীপ হাজৰিকা তিনি নম্বৰ স্থানত থাকিব বুলি অখিল গগৈয়ে কৰা মন্তব্যৰ বিপৰীতে নিৰ্বাচনৰ পূৰ্বে এনেবোৰ মন্তব্য কৰেই বুলি প্ৰতিক্ৰিয়া প্ৰদীপ হাজৰিকাৰ।











