ঘৰৰ পৰাই সম্ভৱ হ’ব আধাৰ কাৰ্ডৰ আপডেট, সবিশেষ চাওঁক…

- Advertisement -
- Advertisement -
- Advertisement -

● ইউ আই ডি এ আইৰ এপ ভিত্তিক আধাৰ আপডেট সেৱা আৰম্ভ
● নাম, জন্ম তাৰিখ, ঠিকনা আদি ঘৰতে বহি কৰিব পাৰিব আপডেট

দেশৰ লাখ লাখ লোকৰ বাবে এক বৃহৎ সকাহ ! ইউ আই ডি এ আইয়ে ঘোষণা কৰিছে যে আধাৰ কাৰ্ডধাৰীসকলে এতিয়া ঘৰৰ পৰাই নাম,ঠিকনা, জন্মৰ তাৰিখ আদিৰ দৰে মূল ব্যক্তিগত তথ্যসমূহ আপডেট কৰিব পাৰিব। পূৰ্বতে এনে ধৰণৰণ পৰিৱৰ্তনৰ বাবে আধাৰ কেন্দ্ৰলৈ যোৱাটো বাধ্যতামূলক আছিল।

ইউ আই ডি এ আই ম’বাইল এপৰ দ্বাৰা পৰিচালিত এই নতুন ব্যৱস্থাটোৱে অ’টিপি ভিত্তিক পৰীক্ষণৰ জৰিয়তে আধাৰ আপডেট কৰাৰ সুবিধা প্ৰদান কৰিব। জন্মৰ প্ৰমাণপত্ৰ, পাছপ’ৰ্ট, আৰু বিদ্যুৎ বিলৰ দৰে অফিচিয়েল ডাটাবেছৰ সৈতে সংযুক্ত এই এপটোৱে দ্ৰুতভাৱে আধাৰ আপডেট নিশ্চিত কৰিব।

ইতিমধ্যে এই প্লেটফৰ্মৰ সৈতে ২০০০ৰো অধিক মেচিন সংযুক্ত কৰা হৈছে, আৰু ২০২৫ চনৰ নৱেম্বৰৰ ভিতৰত এই সংখ্যা ১ লাখ হ’ব বুলি আশা কৰা হৈছে।

অৱশ্যে ইউ আই ডি এ আইয়ে স্পষ্ট কৰি দিয়ে যে বায়’মেট্ৰিক পৰিৱৰ্তন — অৰ্থাৎ ফিংগাৰপ্ৰিণ্ট বা আইৰিছ স্কেন আদিৰ বাবে সুৰক্ষাজনীত কাৰণৰ বাবে আধাৰ কেন্দ্ৰসমূহলৈ শাৰীৰিকভাৱে যোৱাটো প্ৰয়োজনীয় হ’ব।

এই পদক্ষেপ ই-গভৰনেন্স ব্যৱস্থা সৰল কৰাৰ দিশত আৰু আধাৰ কেন্দ্ৰসমূহত দীঘলীয়া শাৰী হ্ৰাস কৰাৰ দিশত নিৰ্ণায়ক হোৱাৰ লগতে জ্যেষ্ঠ নাগৰিক আৰু গ্ৰাম্য বাসিন্দাসকলক এই ব্যৱস্থাই যথেষ্ট উপকৃত কৰিব।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

26,921FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
clear sky
33.5 ° C
33.5 °
33.5 °
37 %
3.1kmh
0 %
Thu
33 °
Fri
33 °
Sat
35 °
Sun
35 °
Mon
36 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল মাধ্যমৰে আৰম্ভ লোকপিয়ল ২০২৭ | Census 2027 | #notun_somoy
02:42
Video thumbnail
ইৰাণলৈ ট্ৰাম্পৰ সকীয়নি, চুক্তি নহ'লে শক্তি প্ৰকল্প ধ্বংসৰ হুংকাৰ | US-Iran War | #notun_somoy
03:42
Video thumbnail
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ হৰমুজত থমকি ৰৈছে খাৰুৱা তেলৰ জাহাজ || #notun_somoy
04:12
Video thumbnail
গুৱাহাটীত চেন্নাইক ধৰাশায়ী কৰি ৰাজস্থানৰ বৃহৎ জয় | IPL-2026-Guwahati | #notun_somoy
02:10
Video thumbnail
ঘৰৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ৮৫ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে | postal vote | #notun_somoy
02:36
Video thumbnail
১৮ মাহৰ ভিতৰত অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন | 8th Pay Commission | #notun_somoy
03:03
Video thumbnail
১ এপ্ৰিলৰ পৰা সলনি হ'ব ডিজিটেল লেনদেনৰ নিয়ম | Digital Transaction | #notun_somoy
03:03
Video thumbnail
নতুন অধ্যায় সূচনাৰে আজিৰে পৰা আইপিএল ২০২৬ | A new chapter, IPL 2026 | #notun_somoy
02:40
Video thumbnail
ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে আকাশলংঘী হ'ব পাৰে বিমান টিকটৰ দাম || #notun_somoy
03:06
Video thumbnail
পুনৰ বৃদ্ধি পাব অত্যাৱশ্যকীয় ঔষধৰ মূল্য | Medicine Price | #notun_somoy
03:11

শেহতীয়া আপডেটঃ